পৃষ্ঠা:New Testament in Assamese.djvu/২২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৫ অধ্যায়। ২১৯ যকি পাঁচনিবিলাকে বৰ্ণাব। অৰ্থাত সান্তনাৰ পুতেক বুলি মাতে, কুপ্ৰ উপদ্বীপৰ এনে এজন মাটীৰ গৰাকী আছিল। ৩৭ তেওঁ সেই মাটী বেচি ধন আনি পাচনিবিলাকৰ চৰণত থলে। ৫ অধ্যায়। তেতিয়া হনানিয়া নামেৰে এক মানুহে আপোনাৰ তিৰোতা চফিীৰাই সৈতে এডোখৰ মাটিী বেচি, ২ তিৰোতাও জনাকৈ তাৰ ধন এভাগ লুকাই ৰাখি, এভাগ আনি পাঁচনিবিলাকৰ চৰণত দিলেহি। ৩ তাতে পিতৰে কলে, হে হনানিয়া, মাটীৰ ধন কেতখনি লুকাই ৰাখি, পবিত্ৰ আত্মাৰ আগত মিছ। কথা কবলৈ ছয়তানে কিয় তোমাৰ মন পূৰ কৰিছে। ৪ সেই মাটিী যেতিয়া তোমাৰ হাতত আছিল, তেতিয়া তোমাৰ সুকীয়া নাছিল নে? আৰু বেচাৰ পাছত তাৰ ধনৰ গৰাকী তুমি নোহোৱা নে? তেন্তে তোমাৰ মনত এনে কুকথা কিয় ভাবিছা? তুমি মানুহৰ অগিতে মিছা কথা কলা, এনে নহয়, ঈশ্বৰ অগিতে কলা। ৫ এই কথা শুনি হনানিয়াই মাটীত পৰি প্ৰাণ এৰি- লে। আৰু যি যি মানুহে এইবোৰ কথা শুনিলে, সেই সকলোৰে বৰ ভয় লাগিল। ৬ পাছে ডেকা মানুহবোৰে উঠি, তাক কপিৰেৰে মেৰাই বাহিৰ- লৈ লৈ গৈ, মৈদাম কৰি পুতিলে। ৭ এপৰ মান বেলিৰ পাছত, কি হৈ- ছিলে তাক নেজানি, তাৰ তিৰোতাও সেই ঠাইলৈ সোমাল। ৮ তাতে পি- তৰে তাইত সুধিলে, তোমোলাকে ইমান ৰূপতে মাটী বেচিল। নে, তাক মোত কোৱা। তেতিয়া তাই কলে, এইমান ৰূপতে বেচা হয়। ৯ তাতে পিতৰে তাইক বুলিলে, প্ৰভূৰ অত্মক পৰীক্ষা কৰিবলৈ তোমোলাকে কেনেকৈ অলিচ কৰি অছা? দেখ, যিবিলাকে তোমাৰ স্বামীক মৈদামত থৈ আহি- ছে, সিবিলাকৰ ভৰি দুৱাৰ ওচৰহে পাইছেহি, তোমাকে বহিৰলৈ লৈ যাব। ১০ তেতিয়াই তেওঁৰ চৰণত পৰি তাই প্ৰাণ এৰিলে। পাছে ডে- কীবোৰে ভিতৰলৈ আহি, তাইকো মৰা দেখি বাহিৰলৈ নি তাইৰ পৈএ- কৰ কোষতে মৈদাম কৰি পুতিলে। ১১ তাতে মণ্ডলীৰ লোক, আৰু যি- বিলাকে এই কথা শুনিলে, সেই সকলোৰে বৰ ভয় লাগিল। ১২ পাছে পাচনিবিলাকৰ হতুয়াই মানুহৰ মাঝত অনেক চিন আৰু আশ্চৰিত কৰম কৰা গল। তেতিয়া শিষ্য সকলোএ একে মন হৈ চিলো- মোনৰ পিৰালিত একে লগে আছিল। ১৩ সিবিলাকৰ মাঝত সোমাবলৈ অনি মানুহৰ কাৰো সহ নহল, কিন্তু সকলে। লোকে সিবিলাকক আদিৰ কৰিলে। ১৪ তাতে মুনিহ তিৰোতা অনেক অনেক মানুহে বিশ্বাস কৰি, প্ৰভূত শৰণ লৈ লগ ললে। ১৫ আৰু পিতৰ অহা যোৱাত কোনো ৰূপে তেওঁৰ ছাঁ সিবিলাকৰ কোনোটৰ গাত পৰিব, এই আশয়েৰে মানুহবিলাকে ২৯