পৃষ্ঠা:New Testament in Assamese.djvu/১৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১। অধ্যায় । ২৭ এতিয়া মোৰ প্রাণ ব্যকুিল হৈছে, অৰুি মই কি কম? হে পিতৃ, এই কালৰ পৰা মােক ৰক্ষা কৰা, ইয়াকে কম নে? কিন্তু এই কাৰণেহে মই এই কাললৈ আহিলোঁ। ২৮ হে পিতৃ, অপোনাৰ নামৰ মহিমা প্রকাশ কৰা । তাতে মই প্ৰকাশ কৰিলো, অকও প্ৰকাশ কৰিম, এনে বুলি তেওঁলৈ অাকাশী বাণী অহিল। ২৯ তাকে শুনি ওচৰত থকা মানুহবিলাকৰ কো- নোএ বুলিলে, মেঘে গাজিলে; অনি কোনো বুলিলে, স্বৰ্গৰ দূতে এওঁত কথা কলে। ৩০ তীতে গীশুএ সমিধান দি কলে, মােৰ নিমিত্তে এই শবদ হোৱ1 ইি, তোমোলাকৰ নিমিত্তেহে হল । ৩১ এতিয়া এই জগত হৈছে । এতিয়া এই জগতৰ অধিকাৰক বাহিৰ কৰা হব । ৩২ অাৰু মই যদি পৃথিবীৰ পৰা তোলা হওঁ, তেন্তে অটাই মানুহকে মােৰ ওচৰলৈ অকৰ্ষণ কৰি নিম । ৩৩ তেওঁ কেনে মৰণেৰে মৰিব, তকি বুঝবিৰ নিমিত্তে এই কথা কলে । ৩৪ তেতিয়া মানুহবিলাকে উত্তৰ কৰিলে, আমি বিধান শাস্তুত শুনিছো, খ্রীষ্ট সদায় থাকে; তেন্তে মানুহৰ পুত্ৰক তোলা হব, এনে কথা কেনেকৈ বুলিছ ? এই মানুহৰ পুত্র কোন ? ৩৫ তেতিয়া যীশুএ কলে, তোমোলাকৰ লগত অাৰু অলপ দিনহে পহৰ অাছে; তোমোলাকৰ ওপ- ৰত এন্ধাৰ যেন নপৰে, এই নিমিত্তে যেতিয়ালৈকে তোমোলাকৰ লগত পহৰ থাকে, তেতিয়ালৈকে অহা যোৱা কৰাহঁক। যি জনে এন্ধাৰত ফুৰে, সি কলৈ যাই, তাক নেজানে । ৩৬ এই হেতুকে যেতে দিনলৈ তোমােলাকৰ ওচৰত পহৰ থাকে, তেতে দিনলৈকে তোমোলাক পহৰৰ সন্তান হবলৈ পহৰতে বিশ্বাস কৰা । এই কথা কৈ যীশু গুছি গৈ, সিহঁতৰ পৰা অ- পোনাক লুকালে । তেও সিহঁতৰ আগতে এইমান অশ্চৰিত কম কলিতো, তেও সিহঁতে তেওঁত বিশ্বাস নকৰিলে । তাতে য়িছয়। ভবিষ্যত বক্তাই যি কথা কৈছিল, হে প্রভু, অামি কোৱা বত্র কোনে বিশ্বাস কৰিছে ? আৰু প্ৰভুৰ হাত কাৰ অগিত প্রকাশ হল ? সেই কথা তেতিয়া পৰ হল । ৩৯ আৰু সিহঁতে যে বিশ্বাস কৰিব নোৱাৰিলে, সেই কথাতে রিদুয়াই অকিও কৈছিলে, ৪০ সিহঁতে যেন চকুএ নেদেখে, চিত্তেৰে যেন নুবু, আৰু মন পালটাত মই সিহঁতক যেন স্বস্থ নকৰোঁ, এই নি- মিত্তে তেওঁ সিহঁতৰ চকু কণা কৰি চিত্তে। টান কৰিলে । ৪১ তিছয়াই যেতি- য়া তেওঁৰ মহিমা দেখি তেওঁৰ অর্থে কথা কলে, তেতিয়া এনে ভবিষ্যত বাক্য কৈ বুঝালে । ৪২ তথাপি অধিকাৰবিলাকৰ মাঝৰে। অনেকে তেওত বিশ্বাস কৰিলে; কিন্তু পাছে সিবিলাকক নাম ঘৰৰ পৰা জানে। খেদে, এই ভয়েৰে ফিচিবিলাকৰ নিমিত্তে সিবিলাকে তেওঁক সৈ নকৰিলে; কিয়নাে ঈশ্বৰৰ প্ৰশং সাতকৈ সিবিলাকে মানুহৰ প্রশংসা ভাল মানিলে । ৪৪ তেতিয়া যীশুএ ৰিঙ্গিয়াই কলে, যি কোনাে মােত বিশ্বাস কৰে, সি অকল মোতেই বিশ্বাস কৰা নহয়, মােক পঁচা জনতেহে বিশ্বাস কৰে O