১০ অধি। ৩২ তৰি . ৩ কলে, বিধানত কি লিখা অচে? তুমি কেনেকৈ পহিচা : ২৭ সি উতৰ দি কলে, তুমি সকলো মন, সকলো আত্ম, সকলো সক্তি, সকলো চিতেৰে তো- মাৰ প্ৰভু পৰম ইক প্ৰেম কৰা, আৰু তোমাৰ চুবুৰিয়াক আপোনাৰ নিচিনাকৈ প্ৰিতি কৰা। ২৮ তেতিয়া তেঁও কলে, তুমি সুৰুপ উতৰ দিল, ইয়াকে কৰা, তেহে জিব। ২৯ কিন্তু সি আপোনাক নিদু সি কৰিবৰ মন হৈ য়িচুত কলে, মোৰ চুবুৰিয়া নো কেন? ৩০ তাতে য়িচএ উতৰ কৰি কলে, এজন মানুহে য়িচালমৰ পৰা য়িবিহোলৈ জোঅৰ সময়ত ডকাই- তৰ হাতত পৰিল; তাতে সিহঁতে তাৰ কপিৰ কাহি নি, মৰিয়াই অধি। মৰাকৈ এৰি গুচি গল। ৩১ পীচে এজন পোৰোহিত অকস্মিতে সেই বাটে- দি গৈচিল; সেই মানুহক দেখি সি বাটৰ পৰা এফলিয়া হৈ গল। নিচিনাকৈ এজন লেৱিএ সেই ঠাই পাই ওচৰলৈ আহি চালে, পাচে সিও এফলিয়া হৈ গল। ৩৩ কিন্তু এজন চোমিৰোনিএ বাটত জাওতে সেই মা- নুহ থকা ঠাইলৈ আহিল; ৩৪ আৰু তাক দেখি মৰম লাগি, ওচৰলৈ গৈ তাৰ ঘাত তেল আৰু পনিয়ালৰ ৰস বাকি দি ঘা বন্ধন কৰিলে; পীচে আপোনাৰ বাহনৰ ওপৰত বহুআই অলিহি ঘৰলৈ আনি তাকি প্ৰতিপাল কৰিলে। ৩৫ পচি দিন। আপুনি জোঅব বেলা দুই সিকি উলিয়াই ঘৰৰ গৰাকিত দি কলে, ইয়াক প্ৰতিপাল কৰা, তাতকৈ অধিক জি খৰচ হই, মই উলটি আহিবৰ বেলা তাক দিম। ৩৬ এই তিনি জনৰ মাজত ডকাই- তৰ হাতত পৰ৷ সেই মানুহৰ কোনটক চুবুৰিয়া মানিচা? ৩৭ তাতে সি উতৰ কৰিলে, জি জনে তকি দীয়া কৰিলে, সেয়েই। তেতিয়া য়িচুএ তাত কলে, তুমিও গৈ সেই ৰুপে কৰা। ৩৮ পাচে সিবিলাকে গৈ গৈ এখান গাৱত সোমাল, তাতে মাৰ্থা নামে এজনি তিৰোতাই তেঁওক আপোনাৰ ঘৰত অলিহি সুধিলে। ৩৯ আৰু মাৰিয়া নামেৰে তাইৰ ভনি এজনিএ য়িচুৰ চৰনৰ ওচৰত বহি তেঁওৰ কথা সুনিলে। ৪০ কিন্তু মাৰ্থাই অনেক সুসা কৰি বিয়াকুল হৈ তেঁওৰ ওচৰ- লৈ আহি কবুল, হে প্ৰভু, মোৰ ভনিএ অলি পৈচন ধৰিবলৈ মোক অক- লেই এৰিনে, ইয়াতে আপনি বিবেচনা নকৰে নে? তেন্তে তাই মোক উপ- কাৰ কৰিবলৈ অগ্য দিক। তাতে য়িচুএ উতৰ কৰিলে, হে মাৰ্থ, মৰ্থিা, তুমি অনেক কথাৰ চিন্তাত বিয়াকুল হৈচা; কিন্তু এটা কাৰহে প্ৰয়োজন অচে। ৪২ আৰু মাৰিয়াই জি উতম ভাগ মনোনিত কৰিলে, তাক তাইৰ পৰা নিয়া নহব। ৪ ১