পৃষ্ঠা:New Testament in Assamese.djvu/১৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

3 নগৰৰ অলি বাটলৈ গৈ এই কথা কৰা, ১১ তোমোলাকৰ নগৰৰ জি। ধুলিও অমাৰ গাত লাগি অচে, তাক তোমোলকি অহিতে আমি জো- কাৰি পেলাও; তথাপি ইস্বৰৰ ৰাজ্য তোমোলাকৰ ওচৰ পালেহি, ইয়াক নিচয়ে জানা। ১২ মই তোমোলকিত কৈছো, নোধৰ দিনত সেই নগৰৰ দসাতকৈ চিদোনৰ দস সহিবলৈ লঘু হব। ১৩ হাই হাই খৰাজিন, হাই হই বৈচেদা, তোমোলাকৰ মাজত জিবি- লাক আচৰিত কৰম কৰা গৈচে, সেই কম চোৰ আৰু চিদোনত কৰা হো- আ হলে, সিহঁতে বহু দিনৰ আগেয়ে চট কপিৰ লৈ চাইত বহি মন পলি- টালেহেঁতেন। ১৪ কিন্তু সোধৰ দিনা চেৰি তাৰু চিদোনৰ দসাও তোমো- লাকৰ দসীতকৈ সহিবলৈ লঘু হব। ১৫ আৰু হে কিফনাহুম, তুমি স্বগ- লৈ তোলা হৈচা, কিন্তু নৰকলৈকো পেলোঅ হব। ১৬ জি কোনোএ তো- মোলাকৰ কথা সুনে, সি মোৰো কথা সুনে; জি কোনো তোমোলকিক হেলা কৰে, সি মোকো হেলা কৰে; আৰু জি কোনোএ মেকি হেলা কৰে, সি মোক পচা জনকে হেলা কৰে। ১৭ পাচে সেই সতৰি জন সিস্যে অনিন্দেৰে উভতি আহি কলে, হে প্ৰভু, আপোনাৰ নামৰ দোঅৰিাই ভুতবিলাকো আমাৰ বসতি হই। সিবিলকিত কলে, সৰগৰ পৰা বিদুলিৰ নিচিনাকৈ মই চইতানক পৰা দে- খিলো। দেখা, সাপ আৰু কেঁকোৰা বিচা অৰু সৰ আটাই পৰাক্ৰ- মৰ ওপৰত তোমোলাকক সক্তি দিও; তাতে কোনো ৰুপে কেঁৱে তোমো- লাকৰ হানি নকৰিব। ২০ তথাপি অত্মবোৰ তোমোলাকৰ বস হই, এই কথাত আনন্দ নকৰিবা; কিন্তু তোমোলাকৰ নাম স্বৰগত লিখা হোঅৰ নিমিতে আনন্দ কৰা। ২১ সেই ভাৰতে য়িএ মনত অনিন্দ হৈ কলে, হে পিত্ৰি, স্বৰগ আৰু প্ৰিথিবিৰ প্ৰভু, তুমি গিয়ানি অৰুি বুধিমন্ত লোকৰ পৰা এইবিলাক কথা গুপুত কৰি, লৰাহঁতৰ আগত প্ৰকাস কৰিলা; হে পিত্ৰি, এনে হওক, কিয়নো তোমাৰ দেখাতে এয়ে উচিত। ২২ মোৰ পিত্ৰিএ মোৰ হাতত সকলোকে সমৰ্পন কৰিচে; অৰু পিত্ৰিৰ বাহিৰে কোনেও পুত্ৰক নেজানে; পুত্ৰ অৰুি জি জনত পুত্ৰই পিত্ৰিক প্ৰকাশ কৰে, সিবিলা- কৰ বাহিৰে কোনেও পিত্ৰিক নেজানে। ২৩;পাচে তেঁও সিস্যবিলাকৰ ফাললৈ ঘুৰি গুপুতে কলে, তোমোলাকে জি জি দেখিচা, তাক দেখা চকুবিলাক ধন্য; ২৪ কিয়নো তোমোলাকে জি জি দেখি চা, তীক অনেক ভবিস্যত বক্তা আৰু ৰজাই দেখিবলৈ ইচ। কৰিও দেখিবলৈ পোঅ নাই, আৰু তোমোলাকে জি জি সুনিচা, তাক সুনিবলৈ ইচা কৰিও সুনিবলৈ পোকা নাই। ২৫ তেতিয়া দেখা, এজন বিধান পণ্ডিতে উঠি তেঁওক পৰিখ কৰিবলৈ সুধিলে, হে গৰু, মই কি কম কৰি অনন্ত আয়ুস পাম? 1 তাতে তেঁও