এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পৃষ্ঠা | শাৰী | ভুল প্ৰিণ্ট | শুধৰণী | ||
৩ | ৯ | হেবোহো | হৈবোহো | ||
৪ | ..... | ..... | ভৈলোহো সন্তুষ্ট মই হৰৰ তুতিত | ||
(১০নং শাৰীৰ পাছত) | (থাকি গ’ল) | ||||
১৫ | ..... | ....... | চাৰিফালে চাৰি হাটী মহাভক্ত গণ | ||
(৭নং শাৰীৰ পাছত) | (থাকি গ’ল) | চৈধ্যয় প্ৰসঙ্গ কৰে নামৰ কীৰ্ত্তন॥ | |||
১৭ | ১১ | সিটো | যিটো | ||
১৭ | ভকতি | ভক্তি | |||
১৮ | ৫ | ....... | (মূল ঘোষাই থাকিব) | ||
(থাকি গ’ল) | |||||
১৯ | ২ | সাধনা | সৰ্বদা | ||
২০ | ১১ | ........ | (মূল ঘোষাই থাকিব) | ||
(থাকি গ’ল) | |||||
২১ | ১৫ | সীৰে | শিৰে | ||
২২ | ১৫ | গুবিন্দ | গোবিন্দ | ||
২৪ | ১ | .......... | শুনা | ||
(৩য় শব্দৰ পাছত থাকি গ’ল) | |||||
২৪ | ৫ | দ্ৰোপসে | দ্ৰোণসে | ||
২৫ | ১১ | সিটোজন | যিটোজন | ||
২৭ | ১১ | পাপৰ | পাপ | ||
২৯ | ৬ | .......... | চাৰিফালে চাৰি হাটী মহাভক্ত গণ, | ||
(৫ম শাৰীৰ পাছত থাকি গ'ল) | চৈধ্যয় প্ৰসঙ্গ কৰে নামৰ কীৰ্ত্তন। |