পৃষ্ঠা:Assam Buranji.djvu/১৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩৬
 

ইয়াদাণ্ড ইংৰেজি সন ও বাঙ্গালা সঁক লা্ক্লি।

 ইংৰেজি সনৰ ১৩ আপ্ৰেল ইস্তক ৩১ ডিচেম্বৰতক ৭৮ আট সতৰ অঙ্ক বাদ দিলে মোতাবেক সঁক পোআ জাব, ও ১ জানুআৰি ইস্তক ১২ আপ্ৰেল পৰ্জন্ত ৭৯ অঙ্ক বাদ দিলে মোতাবেক সঁক হব।

 মোতাবেক সঁক ১ বৈসাগ ইস্তক ১৮ পৌস পৰ্জন্ত ৭৮ অঙ্ক জোগ দিলে ইংৰেজি সন পোআ জাব, এবং ১৯ পৌস ইস্তক ৩০ চৈত্ৰ তক ৭৯ অঙ্ক জোগ দিলে ইংৰেজি সন পোৱা জাব।

 মোতাবেক সঁক ইস্তক ১ বৈসাগ লাঃ ৩০ কাৰ্তিক ৫৬১ অঙ্ক বাদ দিলে আহম লাক্লিৰ অঙ্ক সংখ্যা পোআ জাব, ও ১ আঘোন ইস্তক ৩০ চৈত্ৰ তক ৫৬০ অঙ্ক বাদ দিলে ঐ ৰুপ হব।

 
ইতি।
 

⸻⸻