ৰেডিঅ'
ৰেডিঅ’
“লণ্ডন কলিং”
বাৰ্লিন্ লিছ্বন
ব্রডকাষ্ট কৰ্পৰেশ্যন অব্ ট’কিও
ক্রে ৰ্ ৰ্ ৰ্ ৰ্ কটক্
টক্ টক্
ঠক্ বা তা তা
বা জ তা
ৰাম্ না ৰাম্ না......
খৰ্ ৰ্ ৰ্ ৰ্ ঘ ৰ্ ৰ্ ৰ্ ক
ক্রেট্ ট্ কেৰেট্
ডিচ্ল্যাণ্ড ডিইচ্ল্যাণ্ড উবাৰ আলিছ্
উবাৰ আলিছ্ ইন্ভাৰ ৱেল্ট্
কট্ কট্ হুম্ ম্ ম্ কেক্
ওৱাওঁ-ওৱাওঁ---
ট ৰ্’ৰ্ ৰ্ খৰ্ ৰ্ ৰ্ ৰ্ খৰক্
টক্ টক্ টক্
কোঁ × × কোঁ কক্ কক্ পিঁ পিঁ-পিঁ-চূং
কিং কলিং
চু চিন্ য়ু মি চু চিং চাওঁ × × ×
“দিছ্ ইজ্ বি বি চি---
হিয়াৰ ইজ্ দি নিউজ্
এ হিউজ্---
আৰ্টিলেৰী বেটন ইজ্ বেইজিং---× ×
খেৰেক্ টেক্ টেক্ ---
মেজৰ কেন্টনী স্পিকিং × × ×
কেৰেট্ × × × কেৰেট্ জ ৰ্ ৰ্ ৰ্
ওঁ ওৱাও কেট্ অ অ অ অই বননিঝৰ্ৰ
অই বন-নিৰ্ঝৰ
খৰ্ ৰ্ ৰ্ ৰ্ ৰ্ ৰ্ অৰ্……
বয়ে যায়
ঝৰ ঝৰ
(খ ৰ্ ৰ্ কট্ ক ৰ্ ৰ্ ৰ্ ক ৰ্)
ঐ বন-নিৰ্ঝৰ
ঐ বন-নিৰ্ঝৰ × × ×
ওঁক্ ওঁক্ ওঁক্ ওঁক্---
কুটুক্ কুটুক্-----
এ--- এই যে গান গেলেন
উনি হয়েছেন কুমাৰী হেলেন ৷
তাৰপৰ শুনুন---
খ্ৰেক্--- কৰ্ হুঁ-উ-উ-উ-উ-ইয়ঁ-ইয়ঁ
কেটেক--- এজলী ৷ উই উই মুঁছিয় × × ×
কেটেক্ --- কট্ কট্ ঠক্ ঠক্ ঠা ঠা থ্ৰান ---
“কলিকতাৰ পৰা কৈছোঁ”
অসমীয়াৰ বেতাৰ অনুষ্ঠান ৷
অলপ পৰ পিছতে
অসমীয়াত সংবাদ শুনিবলৈ পাব ----
কেৰেক্----
আৰু তাৰ আগতে গাব
খেৰেক্---
এটি গান
শ্ৰীমতী মৰমলগা বৰুৱাই
গানটো হৈছে
“মোৰ চেনেহৰ অভিমান ৷”
ঠেৰ্ এৰ্ ৰ্ ৰ্ ঠেৰেক্…..
খৰ্ খৰ্ খৰ্ খৰ্ খৰ্
খৰ্ খৰ্ খৰ্ খৰ্ খৰ্
টেক্ টেক্ ঠেক্--- অঁ অঁ অঁ ঝ্ৰিং ঝিং ঝং
টাং টিং টুং টিং
ঠুং ঠাং ঠি ঠং
ঠি ঠুং ঠি ঠং
ঢঙ্
ঢঙ্
ঢঙ্
ঢঙ্
ঢঙ্
ঢঙ্
ঢঙ্
ঢঙ্
ঢঙ্……………..