সমললৈ যাওক

লেখক:গণেশচন্দ্ৰ গগৈ

ৱিকিউৎসৰ পৰা
(লেখক:গণেশ চন্দ্ৰ গগৈৰ পৰা পুনঃনিৰ্দেশিত)
গণেশচন্দ্ৰ গগৈ
(১৯০৭–১৯৩৮)
আন প্ৰকল্পত: ৱিকিপিডিয়াত জীৱনী পঢ়ক গণেশচন্দ্ৰ গগৈ (১৯০৭-১৯৩৮) অসমীয়া ভাষাৰ এগৰাকী কবি। জন্ম যোৰহাটত। তেখেতক সুৰকাৰ, নাট্যকাৰ, অভিনেতা আৰু ফুটবল খেলুৱৈ ৰূপেও জনা যায়। ১৯৩৪ চনত প্ৰকাশ পোৱা ‘পাপৰি’ নামৰ তেখেতৰ কবিতাৰ কিতাপখনে অসমীয়া ৰোমাণ্টিক কবিতাৰ ধাৰা আৰম্ভ কৰিছিল বুলি জনা যায়। এই কিতাপখনৰ পৰিপ্ৰেক্ষিততেই তেখেতক পাপৰি কবি উপাধি প্ৰদান কৰা হৈছিল।

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )