নাহি নাহি ৰময়া বিনে পাপ

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

<poem>

                                         ।।ৰাগঃ গৌৰী।। তালঃ বিষম।।
                                ধ্ৰুং।। নাহি নাহি ৰময়া বিনে পাপ তাৰক কোই।
                                        পৰমানন্দ, পদ মকৰন্দ মন মোই।।
                                পদ।। তীৰথ বৰত তপ জপ যাগ যুগুতি।
                                        মন্ত্ৰ-পৰম ধৰম কৰম কৰম নাহি মুকুতি।।
                                        মাতু, পিতু, পতনী, তনয় জনয় সৱ মৰণা।
                                        ছাৰহু ধন্ধ মানস-অন্ধ ধৰতু হৰি-চৰণা।।
                                        কৃষ্ণকিঙ্কৰ শঙ্কৰ কহ বিছুৰি বিষয়-কামা।
                                        ৰাম চৰণ লেহু শৰণ, জপ গোবিন্দক নামা।।