পৃষ্ঠা:অঙ্কুৰ.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভকতি-আজলি বন্দনা। যাচিছো হে প্ৰভু প্ৰবোধ নামানে লই এই পুষ্প হাৰ, অবোধ সন্তানে কৰা দৃষ্টি কৰুণাৰ। দুঃখীয়াৰ বুলি নিযিনিবা প্ৰভু মাতিছে বন্দনা গানে, আকুল হৃদয় পুলকিত কৰা তোমাৰ অংশীষ দানে। তোমাৰে গৰীমা গাইছে পথীয়ে নम, নদী, বসুন্ধৰা, তোমাৰ আশীষ পাইছে সবেও বিশ্ব পুলকিত কৰা। 8