পৃষ্ঠা:অঙ্কুৰ.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অঙ্কুৰ। নাই ধন জন দুখীয়া পৰাণ জন্মিল দুখীয়া হই, দুখৰ বোজাকে বইছে। সততে নিয়তি পথত ৰই। অনস্ত কালৰ ভব নাটকৰ অনন্ত ধামৰ নাজানো কৰ্ত্তব্যকাম, নতুৱা সাজিলোঁ নিচিনো তোমাৰ নাম। অজ্ঞান আন্ধাৰ গুচাই মনৰ দিয়া পদ তলে বাস, সপোনে সচিতে উঠোতে বহোঁতে তাকেহে কৰিছে। আশ। ১৯২৩ নগাওঁ (বডিং 9