পৃষ্ঠা:অঙ্কুৰ.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অঙ্ক ৰ -- প্ৰাৰ্থনা। নাই আদি অস্ত নিৰঞ্জন নিৰাকাৰ, প্ৰভু ভগৱন্ত তুমি নিৰাময় সত্যতে সদয় নাই অস্ত মহিমাৰ। বিচিত্ৰ সংসাৰে আতমা কাপৰে বিৰাজি সবাৰো প্ৰাণে, কত চলনাতে খেলনা খেলিছা অশেষ কৰুণা দানে।