পৃষ্ঠা:অঙ্কুৰ.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৯২৩ জীৱন বেলিটি স্মৃতি মাত্ৰ ৰল অঙ্কুৰ। লাহে লাহে ডুবি পৰিল সন্ধ্যা বেলাত, নশ্বৰ দেহাৰ (শেষ) আজি কালৰ গৰ্ভত। নগাওঁ (বৰ্ডিং) বসন্ত। * আজি সন্ধ্যাকালে নব অনুৰাগে শুৱনী প্ৰকৃতি দেবী, দেখিলেই মন জুৰ পৰি যায় নতুন ভাবনা ভাবি।

  • নগাওঁ অ, ভা, উ, সা, ত পাঠ কৰা।