পৃষ্ঠা:অঙ্কুৰ.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অঙ্কুৰ। কোমল হিয়াত বতাহৰ বাতে নোৱাৰা সহিব আলশুৱা দেহ তালপো কঠিন ভাৰ, তেনে হয় চুৰমাৰ। “দেখি!” আজি কিয় হায়, আছিলা এদিন এনে শৰীৰৰ দেখো মাটিত শয়ন,— সকালো জনৰ জীৱন অমূল্য ধন। যাৰ আশ্ৰয়ত জনমৰ পৰা ডাঙৰ দীঘল হলা, সেই জননীয়ে নামাতে দুনাই পাহৰি তোমাৰ লীলা। ১২