পৃষ্ঠা:হেমকোষ.pdf/৯৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হিয়। হিতকৰ। হিকৰ, বি. (স. হিতকৰ-হিত, উপকাৰ + ক, কৰ উপকাৰ কৰা, শুভ চিন্তা, friendly, favourable. (t) foi; যেন, হিতকৰী সভা। হিতকাৰী, বি. (সং. হিতকানি—হিত, উপকাৰ + কাৰি, কৰা) উপকাৰ কৰা, মঙ্গল চিন্তা, friendly. (স্ত্ৰী) হিতকাৰিণী। হিতাহিতৃ, বি. (সং, হিতাহিত~-হিত, উপকাৰী + অহিত, অপকাৰী) উপকাৰী আৰু অপকাৰী, কি হিত কি অহিত; যেনে, তাৰ হিতাহিত জ্ঞান নাই, good or bad. হিতৈষী বি. {সং. হিতৈষি-হিত, মঙ্গল +এষি, বাঞ্ছা কৰা মঙ্গল চিন্তা কৰা, ভাল কামনা কৰা, wishing well to. (স্ত্ৰী) হিতৈষিণী। হিতোপদেশ, স. শ. (সং. হিতোপদেশ—হিত, শুভ + উপদেশ, আলচ) সুজ আলচ, সুপৰামৰ্শ, কোনো কাৰ্য কৰিবলৈ দিয়া ভাল বুদ্ধি, friendly or useful advice. হিন্দু, স. শ. বেদ-পুৰাণ আদি শাৰ মতে চলা এজাতি লোক। এই জাতিৰ আৰ্য্য নামে খ্যাত আদি পুৰুষবিলাক ক্ৰমে পূৰ্ব ফাললৈ আগ বাঢ়ি আহি সিন্ধু নৈৰ তীত নিবাস লয়, তাতে তেওঁবিলাকে “সিন্ধু"নাম পাইছিল, পাচত অনাৰ্যজাতিৰ লোকবিলাকে ‘স’ৰ ঠাই ‘ই’ উচ্চাৰণ কৰা হে সিন্ধু গুচি হিন্দু হৈছে। শব্দকল্পদ্ৰুম ভোলা মেৰু ৰ বচনত “হিন্দু” শব্দৰ যি ব্যুৎপত্তি দেখা যায় সি অশুদ্ধ, 2 Hindu. হিন্দুস্থান, স. শ. (হিন্দু, ঐ+ সং. স্থান, ঠাই) পূৰ্ব কালত হিন্দুবিলাকে বাস কৰা ঠাই, Hindustan. হিন্দুস্থানী, বি. হিন্দুস্থানৰ, হিন্দুস্থানত হোৱা বা পকা, belonging to Hindustan. হিন্দী, স. শ. হিন্দুস্থানী লোকে কোৱা ভাষা, the language of Hindustan. হিম, স. শ. (সং. হিম—হ, পড়া কৰ; জাৰ লগয়, এতেকে নিয়ৰ; বৰ জাত গোট মৰা নিৰ; বৰ চেঁচা দেশ আকাশৰ পৰা ঘন হৈ সোপাদেপে পৰা পানী; গোট মৰা পানী, হিম-শিলা, dew, frost, snow, ice. হিমাদ্ৰি, স. শ. (সং, হিমাদ্ৰিহিম, গোট মৰা পানী + অদ্ৰি, পৰ্বত) হিমালয় পৰ্বত, the Himalayas. হিমালয়, স. শ. (সং. হিমালয়--হিম, গোটা পানী + আলয়, থকা ঠাই) ভাৰতবৰ্ষৰ উত্তৰ ফালে থকা পৃথিবীৰ সকলো পৰ্বতকৈ ওখ এশাৰী পৰ্বত, তাৰে পৰা গঙ্গা যমুন। আদি নৈবিলাক বৈ আহিছে, পুৰাণৰ মতে সেই পৰ্বত এক দেৱতা আৰু পৰ্বতবিলাকৰ ৰজা, tle Himalaya range of mountains, হিমেজু, স. শ. {সং. হিম, নিয়ৰ+ জোল, স; নিয়ৰৰ টোপাৰ দৰে বৈ পৰে, এতেকে) হাতীৰ মদ-বাৰি, বলিয়া তিও হাতীৰ কাণ-পতাৰ পৰা বোৱা ৰস, the fluid exuding froin the temples of an elephant in rut. হি-শিল, স. শ. {সং. হিম, চেঁচা+শিল) চেঁচা হৈ গোট মৰা পানী, ics. হিয়া, স. শ. (সং. স্বদয়; হিং, বং. হিয়া, বুকু বুকু, the lreast. হিয়াৰ কড়ি, the lower anal of sternum. হিয়া ধাকুৰ, হিয়াত ভুকুৱা, হিয়াত চপৰিয়াই শোক প্ৰকাশ কৰ, to beat the breast in grief. . পশ্চিম দেশ, হিয়া ভুকুৱা, ঐ, see the alove, হিয়া-জালী, স. শ. (অং. হিয়া, বুকু+জালী, তিয়ঁহৰ কলি; তদ্ৰুপ এতেকে বুকুৰ expandin afaray, the heart. হিয়ালি জিয়ালি, বি. “আউলি-আউলি চোৱা। হিৰু, স. শ. পাট বা মুগা কান্টোতে ওলোয় সূতা, the thread coming out of the cocoon in spinning. হিৰ দি, মুগা বা পাটৰ সূতা কাটু, to spin silk. হিম, বি. (সং. হিৰখয়-হিৰ, সোণ+ময়,