পৃষ্ঠা:হেমকোষ.pdf/৯৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হাৱৈ। হি। . -হিংসা, অনিষ্ট চিন্তুা+, নং) festy a**, not malicious, harmless. হিংসা, ও. শহিংসা নাকা বা নকৰা, eyel, harmlessness. হি হি-কিটুকিটু, স. শ. কেটে-জেগে, angry speech, scolding. হিংহিঙ্গা, স. বা. কেটকেটা, খং কৰ বা দোষ ধৰি গালি পাৰ, to seold, to chide sharply. হিংহিঙ্গীয়া, বি. সদায় কেটকেটাই থকা, খাল, কেটকেটীয়া, pocvish, of a fretful temper. হাৱৈ, স. শ. (ব, হাউই, এবিধ খাৰৰ বাজি) এবিধ খাৰৰ বাজি, a rocket. হাস্, অ. ধ. {সং. হস্; হিং. না; বং হাসন, হসন, হাহ্ হাহ্ হাস্য কৰু {পদ্যত}; যেনে, “সে খলখলি,” to laugh. হাসি, স. শ. (সং. হাস, হিং. বং হাসি হাঁহি, সঁাত উলিয়াই কৰা আনন্দ পড়); যেনে, “তুলিশস্ত হাসি,” laughter. হাস্য, স, শ. (সং• হাসা~~-হ, ইহ) ঘঁহি,

  • উলিয়াই কৰা আনশ, laughter.

হাস কৰু, হাঁহ, দাত উলিয়াই আনন্দ প্ৰকাশ Pa, to laugh. হাস্পদ, স. শ. (সং. হাস্যাস্পদ-হস্য+ আম্পদ, বিষয়) হাঁহিৰ পাত্ৰ, নিন্দাৰ stan, a langhing stock, an ohjeet of derision. হাহাকাৰ, স, শ. (সং. হাহাকাৰ-হাহা, শোক বুজোৱা মাত + ক, ক) উচ্চ শব্দেৰে কৰা দুঃখ প্ৰকাশ, শোক দুখৰ

      • , sonnd of grief, lamentation.

হি, স. শ. (সং. হিন্ধু; বং. হিং, এবিধ গছৰ আঠা) এবিধ উগ্ৰগন্ধি, দৰবত দিয়া thi, assafoetida. হিং, স, ধা. (সং. হিন, হিৎসা কৰ) হিংসা কৰ, পড়া দি; যেনে, শত্ৰুৱে হিংসে, to injure. হিংসক, বি. (সং. হিংসৰু-হিল্স, অপকাৰ কৰ অপকাৰী, লোকৰ অহিত কৰা, দুখ দিয়া, mischievous, furtful, injurious. স. শ. অপকাৰী বা অহিত কৰা লোক, an injurious person. হিংসা, কদ, স, হিংসা কৰণ, পীড়া দিয়া বা অহিত চিন্তুা কাৰ্য, the act of injuriug. হিংসা, স. শ. অপকাৰ, অহিত, বৈৰিত, অমঙ্গলৰ বাহু, injury, mischief, malice. *অসূয়া" চো। হিংসা-কুৰীয়া, বি, হিংসা কৰা, লোকৰ অপ কাৰ চিন্তা, খিালী, malicious, en- vious , হিংসা, বি. (সং. হিংসা, হিংসাহীন হিজুলু, স. শ, সং, হিঙ্গুল হিন্দু, হিং+শ, গ্ৰহণ কৰ; ৰূঢ় ) হেঙুল, ৰসেৰে প্ৰস্তুত কৰা বা আকৰত হোৱা এবিধ ৰঙ্গা বস্তু, vermillion, cinnabar. হিহি, বি. প্ৰচুৰ, বহুত, অনেক, দমাদম, abundant, plentiful, many. হিজল, স. শ. (সং. হিল, এবিধ গছ। পিটনিৰ ওচৰত হোৱা এবিধ গছ, a kind of tree growing in marshy ground. হিটুহিট, অনুক, দুটা বা অধিক টান বন্ধুৱে পৰস্পৰ পুনঃ পুনঃ ঠেকা খোৱাত উঠাৰ নিচিনা শব্দ, imitative sounds used to express those produced by two or more hard bodies repeatedly striking against one another. হিহিটনি, স, শ. দুটা বা অধিক টান ৰৱে পৰস্পৰ ঘনে ঘন ঠেকা থোৱা হোৱা

  • F, the sounds produced by two

or more hard bodies repeatedly . striking against one another. হিটহিটা, অ, ধা ধূটা অধিক টান বন্ধুৰে পৰম্পৰ ঘনে ঘনে ঠেকা খাই শৰ কৰু, হিটুহিট শব্দ কৰ, to make,clashing. sounds, হি, কদ, বি. (সং হিত, ধাৰণ কৰ} উপকাৰী; মঙ্গল কৰা, শুভ; যেনে, হিত ante, Feu* friendly, beneficial, useful.. স. শ. উপকাৰ, মৰল যেতে, fee focenter, bcnefit; good, weal,