পৃষ্ঠা:হেমকোষ.pdf/১৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কল্পনা কন্তুৰী কল্যাী, বি. (সং, কল্যাণ, ঈ, স্ত্ৰী) ভাগাৱৰ্তী, opfent, prosperous, free from mis- fortune (Fern.). কল্যাণীয়, বি. ভাগ্যৱন্ত, সুখী, prosperous, free from bad luck. কল্লোল, স, শ. (সং. কল্প, শব্দ কৰ) সাগৰৰ টে, পানীৰ খলকনি, পানী খলক লগাৰ

  • 71, a billow, the loud noise of a

billow. কৱচু, স. শ. {স, কু, শব্দ কৰ) ৰণুৱাৰ গাত পিন্ধা লোৰ জাখৰ; ভূতপ্ৰেত বা কুমন্ত্ৰৰ পৰা গা ৰক্ষা কৰা মন্ত্ৰ, তাক মুখেৰে পাঠ কৰা যায় বা ভূৰ্জ পত্ৰত লিখি বিৰিত ভৰাই গত পিন্ধা যায়, armour, an amulet, a charm. কৱৰী, স. শ. (সং. ক, মূৰ ৰু, ঢা) চুলি, কেশ, hair. কল্পনা, স. শ. (সং. কল্প, অনুমান কৰিবৰ নিমিত্তে মনেৰে স্থিৰ কৰা কথা, বাঞ্ছা; যেনে, এইটো কল্পনা কৰিছোঁ, কবিতা আদিৰ ৰচনাৰ প্ৰণালী, a scheme, a plan, a speculation, invention of a tale, composition কল্পনাথ, এবিধ দৰবত দিয়া তিতা গছ, bitter medicinal plant. কল্পাস্ত, স. শ. (সং. কল, ব্ৰহ্মাৰ এদিন এৰাতি+ অন্তু, শেষ) এক কল্প কালৰ শেষ, এতেকে বহুকাল; যেনে, এই খ্যাতি কল্পান্তলৈকে থাকিব, the end of a kulpa, hence a very long time. কল্লাগুৰ, স. ( সং. কল্প, বাঞ্ছা+ অন্তৰ, অষ্ঠ } এক কথা বা কাৰ্য্যৰ তুল্য আন এক কথা বা কাৰ্য, যিবিলাকৰ এটা কৰিলে আনটো কৰিবৰ আবশ্যক নাই, আন এক কল্প, an alternative, an- other lalpid. কল্পিত, কৃদ, বি. (সং. ৰূপ, পাৰক হ) মনেৰে সজা,মিছা, fabricated, invented. কটিয়া, অ. . ( অং. কলাঘুমটি, কলমটিয়া, অলপ টোপনী) টোপনিয়া, টোপনিয়ে ধৰাত চকু মুদি মূৰ দুপিয়া, to doze. , কলা,। অ. ধা. { হিং. কুলুলনা, ধৰফৰ কলমল, ক) ভোলক, পিয়াহ, বা টোপ- নীৰ দ্বাৰা বৰ দুখ পা; আহাৰ, পানী বা টোপনী নোহোৱাত দুৰ্বল হ; যেনে, লৰাই তোক কলমলাইছে, to bc oppressed with hunger, thirst, or sleep. কলু, শ. শ. (সং, কৰ্ম, পুণ্য+যো, নাশ ক) পাপ, sin. কল্মেী, স. শ. (সং, কলম্বী, এবিধ কমৌ, শাক) এবিধ পানীৰ ওপৰত CET|*t, a kind of pot herb (con- volvulus repens). কল্যাণ, স. শ. (সং- কল্য, নীৰোগ+অন, প্ৰত্যয়) কুশল, মঙ্গল, ভালে থকা অৱস্থা, good luck, prosperity, freedom from evil. কৱি (-বি), স. শ. (সং. কু, প্ৰখ্যাত কৰ) পণ্ডিত; বিশেষকৈ পস্থ্য ৰচনা কৰক, a leamed man, a bard, a poet. কৱিতা {-বিত), স. শ. (সং. কৰি না, প্ৰত্যয়) কবিৰ ৰচনা, শ্লোক, a verse, a stanza. কষটি, স. শ. {সং. কষ্টি, পৰীক্ষা) সোণ পৰীক্ষা কৰা শিল, & stone for testing gold, a touchstone. কষ্ট, স. শ. (সং. ক, দুখ দি) খ, ক্লেশ। wota, pain, distress, trouble, want. কষ্টকৰ, বি. (সং. কষ্ট+কৰ) দুঃখদায়ক, painful, troublcsome. কষ্টসাধ্য, বি. (সং. কষ্ট, দুখ +সাধ্য, সাধন কৰিব পৰা কৰিবলৈ টান, দুখেৰে কৰিব , difficult to accomplish, not casy. কষ্টা, স. শ. {সং. কটি, কঁকাল) কঁকালত পিজ্জা সৰু কাপোৰ, কাছুটি, & suall waist cloth. কন্তুৰী, স. শ. (সং, ক, গতি কৰ) গন্ধ কৰী, কলাই, এবিধ পহুৰ পৰা উৎপন্ন হোৱা সুগন্ধ বস্তু (তৰ গল্পে ৰ ঠাই ব্যাপে, এতেকে a musk,