পৃষ্ঠা:হেমকোষ.pdf/১৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কলিযুগ ঋলি-যুগ, স. শ. {সং. কলিযুগ—কলি, চতুৰ্থ যুগৰ নাম+যুগ, কালৰ এক ভাগ ) বৰ্ত- মান-যুগ, কলি, the iron age, the present age. কীয়া, বি. (অং. কলা কলা-বৰণীয়া, black. কলীয়াজাৰ স. শ, এবিধ কলা বৰণীয়া মাছ, a kind of fish of a blackish color. কলীয়া-পানী, স, শ, (হিং. কালাপানী; অ, কলীয়া, কলা+পানী, জল, সাগৰৰ পানী নীল বৰণীয়া দেখা যায়, এতেকে। কোনো এটা সাগৰৰ মাজুলি যলৈ বন্দী- স্বাৰবিলাকক পঠোৱা যায়, one of the islands to which criminals sentenced to transportation are sent. কঁনুষ, স, শ, (সং. কলুষ-কল, গমন কৰ, ই নৰকলৈ গমন কৰায়, এঙ্গেকে) পাপ, দুৰ্ম্ম, পৰজত কষ্ট জন্মোৱা কাম, sin or vice. কলেৱৰ, স, শ. (সং, কলেৱৰ-~-কল, ভেস +ৱৰ, শ্ৰেষ্ঠ; ৰেসৰ পৰা হোৱা শৰীৰ, sy, the body. কলৈ, স্থা, স. কোন্ ঠাইলৈ, to what place." কলৈ, হু. স. কোনো এক অনিশ্চিত staca, to some place or other. কলে, স. শ. (সং. কলহ, দন্দ ) দন্দ, বিবাদ, sytorn, quarrel, dispute, misfortune. লৌজপে, স. শ. (অং- কলৈ, কোন সইলৈ+পৌ, অমুক) স্থান-স্থিতি নথকা অৱস্থা, যাবৰ বা পাকিৰৰ ঠাই নোহোহাৱা অবস্থা; যেনে, ঘৰ পুৰিলে মানুহৰ কলো- con antcst, want of a place to reside in, an unsettled state. কলক, অনুক, লৰাৰ মাৰ বা পানীৰ নিচিনা অব্যক্ত শব্দ, an onomatopic sound like the murmuring of water or lisping of a child. কলকপূমি, স. শ. ( অং- কল-কলা, কথা কবলৈ অভ্যাস কৰ} লৰা বা চৰাইয়ে প্ৰথমে কথা কবলৈ শিকোভেকোৱা অস্পষ্ট কথা; যেনে, তাঁৰ কল-কলনি, the lisping of a child, the first attempt of a bird to speak as a human being. কলকল, অ, ধ, (ককল, অনুকাৰ শ} প্ৰথমতে কথা কবলৈ অভ্যাস কৰ, (চৰাইত খাটে }; মাত ফুটিবলৈ ধৰোতে অস্পষ্ট ৰূপে কথা ক; যেনে, ভাটোৱে কলকলাইছে, লৰাই কলকলায়, to attempt, to imi- tate the human speech as a bird, to lisp. . কস্কি, স. শ. ( সং, কল, গণনা কৰ) কী, বিষ্ণুৰ দশম অথচ শেষ অৱতাৰ; এই কলি যুগৰ অন্তত পাপ আৰু নাস্তিক বিলাকক নাশ কৰিবৰ নিমিত্তে যি অৱতাৰ হব তাৰ নাম, the tenth and last incarnation of Vishnu which is yet to come. কলগছীয়া, স.শ, (অৎ. কল গছ, কলাৰ গছ। কলাগছীয়া” চোৱা। কল-কলপ, স. শ. “কলকলপ” চোৱা। কল্প, স. শ{সং, কল্প-কৃ, পাক হ} ব্ৰহ্মাৰ এদিন আৰু এৰাতি অৰ্থাৎ ৪৩২,০০০,০০০ বছৰ। দুটা সমান কাৰ্য, যি দুটাৰ এটা কৰিলে আনটো এৰা পৰে; যেনে, আজ- বীয়া সময়ত বিদেশলৈ যোৱ এক কল্প, আৰু ঘৰতে খাকি বিশ্ৰাম কৰাও এক 78, stery; a day and night of Brahma, a period of 432,000,000 years, an alternative, a wish. কল্পতৰু, স, শ. (সং. কল্পভৰু, বাঞ্ছিত ফল- দিয়া গছ-কল্প, বাঞ্ছা+তক, গছ এজোপা স্বৰ্গৰ গছ; সি যেইয়ে যিহকে বাঞ্ছা কৰে ভাকে দিয়ে; এতেকে 'খী মানুহ, a fabulous tree in heaven which yields whatever is asked for, a very liberal person. কল্পতীয়া, বি. ( অং• কল, কলা গছ+পাত, পত্ৰ) কলাপাতৰ বৰীয়া, সেউজীয়া, green. কৰ, স, শ. (সং. কামকল্প, কামনা জম, গছকল্পতৰু, which see.