পৃষ্ঠা:হেমকোষ.pdf/১৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উজনিমুৱা। 1" ১০৭ উজ্জলিত যা) নৈৰ ওপৰ ফাল, দেশৰ ওপৰ অৰ্থাত পূব ভাগ, the upper part of a stream, the upper or eastern side of a place or country, উজনিমুৱা, বি. (অং. উজনি + মুখ) উজ- নিলৈ মুখ কৰি থকা, দেশৰ বা নদীৰ ওপ- ৰৰ ফাললৈ মুখ কৰি থকা, facing the upper part of a stream or place. উজনীয়, বি. উজনিত থকা বা উজনী দেশৰ; যেনে, উজনীয়া মানুহ, সোতৰ বা নৈৰ ওপৰ ফাললৈ যোৱা; যেনে, উজীয়া নাও; বাঢ়নী-পানীৰ লগত ওলাই অহা (মাছত খাটে }; যেনে, উজনীয়া মাছ, ( , living in or belonging to the per part of a country; going up stream: coming out in a soal in tlood (said of fishi). উজ, অ. বা. (আ.) উজাৰ-খা, চক-খাই ধৰ্ম্মৰ কৰি উঠ, ভয় পাই এট এটা হৈ যা ( জাক পাতি থকা জস্তুত খাটে); যেনে, মৌ উজৰিছে, Cafats, to be frightened and lispersed. উজুলা, বি. ( অং. উচলা, ওখ হোৱা } ওপ- ৰলৈ উঠা, উচলা, ( পঁাত মাথোন খাট), proininent, upraised, (said of teeth). উজলা-সঁত, বি. ( অং, উজলা+ত, দন্ত) সঁতুৱা, উজলা-াত যুক্ত, iaving Iromi- nent fore-teoth, lieviny fore-teeth exposed out of the lips. 7. *. temy 6064 yar, a man witła prominent fore-teeth. (স্ত্ৰী) উজলা-াতী। উজা, অ, ধ. (সং. উচ্চ, ওপৰ; হিং. বং, উজান, সেঁতৰ ওপৰ ফাল } সেঁতৰ ওপৰ ফাললৈ যা, দেশৰ ওপৰ ফাললৈ যা, শয্যাৰ শিতানৰ ফাললৈ মূৰ বঢ়া, বাঢ়নী পানীৰ লগত জাক পাতি ওলাই আহ (19 707), to go up strcam, or to the upper part of a country; to move towards the head of a bed; to come out in a shoal in food as fishes. উজাগৰু, স, শ, (সং. জাগৰণ, সাৰে থকা) সাৰে থকা অৱস্থা; যেনে, কালি ৰাতি সকলোৰে উজাগৰ, wakefulness, vigil- auce. বি. সাৰে থকা; যেনে, উজাগৰ হৈ 077, wakeful, vigilant. উজাগৰে, ক্ৰি. বি. মোশোৱাকৈ, সাৰে, witliout sleeping . উজা, স. শ. (অ. উজা, বাঢ়নী পানীৰ লগত ওলাই আহ } বাচুনী পানীৰ লগত ওলাই অহা মাছৰ জাক, a shoal of tisles, conuing out in flood. উজান পৰু, বাঢ়নী পানীৰ লগত জাক পাতি অহাত ধৰা পৰ্ব, এই শব্দে বাৰিষা বহুত মাছ একে লগে জাক পাতি যোত যেইয়ে পায় সেইয়ে ধৰা বুজায়, এতেকে লক্ষণা দ্বাৰা অধিক বস্তু বিলাই দিয়াত যেইয়ে পায় সেইয়ে লোৱা অৰ্থ হয়; যেনে, দক্ষিণৰ Teta 1815, to be caught while coming out in sheals as tisles, to be obtained almdautly. উজাব, স. শ. (অং. উজ, ক খা} জাক পাতি থকা স্তুতে খোৱা উঁক, sudden tlight or dispersion from foar. উজৰ খা, কথা, চক খাই এটা এটা হৈ যা; যেনে, বাঘ দেখিলে গৰুৱে উজাৰ খায়, ta be frightened and disperseel. উজাৰু, বি. (হি. বং. উজাড়, উচ্ছন্ন) উচ্ছন্ন, ধ্বংসিত, desolatel, ruined. উজা, স, ধ. {হিঃ, উজালনা, পৰিষ্কাৰ ক) খুচৰি দি, গুপ্তকথা বাহিৰ কৰ, to loosen with cane pointed instrumcut, to npturn, (said of earth, &c.), to expose, to make public. উজু, বি. (অ.) ঢিলা, অনায়াসে কৰিব বা বুজিব পৰা, easy উজ্জ্বল, স. শ. (সং. উৎ, অধিক+ জ্বল, দীপ্তি) দীপ্তি, প্ৰকাশ, পোহৰ, light. f. riferae, laminous, shining. উজ্জ্বলিত, বি. প্ৰকাশিত, পোহৰ পোৱা; যেনে, দশশা দিশ উজ্জ্বলিত হল; পোহৰ দিয়া; যেনে, সূৰ্য্য উজ্জ্বলিত বস্তু, lighted; luminous, shining.