পৃষ্ঠা:হেমকোষ.pdf/১৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উচাল ১০৬ উজনি উচাল, দ, ধ, (সং. উচ্চলন, ওপৰলৈ কৰা গতি; হিং, উছলনা, ওপৰলৈ জাপ মাৰ। ওপৰলৈ দাং, অলপ ওপৰলৈ তল, to raise up, to leave. স. শঅলপ ওপ- ৰলৈ দঙ্গা কাৰ্য, the act of raising or heaving up. উচা মা, চিপ মাৰি দা; ওপৰলৈ ট্ৰ্যাপ 12, to force up, to jump up. উচিত্, বি. (সং. ৱচ, ক) যুঞ্জ, গায়, proper, just. উচুটীয়া, বি. ( অ, উচটা, মিছ৷ প্ৰশংসা ক) মিছা প্ৰশংসা কৰা, উচটাই দিয়া, flattering. . উচটীয়া মাত্, তুজনৰ কোনো বিষয় বাদানুবাদ হওঁতে এজনৰ প্ৰতি আন জনৰ

  • cota 7, to make remarks

calculated to provoke one of two disputants against the other. উচুপ, অ, ধা. { হিং. চুপ, মনে-মনে) বৰকৈ এটাহ নপৰাকৈ কান্দ, ফেকুৰি কান্দ, to sob , উচুপ, অ. ধা. {সং. উচ্চ, ওখ) অতি বেগাই ডাঙ্গৰ দীঘল হ, (শষ্যত খাটে, “আহ” ধাতুৰ সাধ ক্ৰিয়াৰ আগত ই-ভাগান্ত সিদ্ধা ক্ৰিয়া হয়); যেনে, ধান ভৰা protoiface, to thrive luxuriantly, উচঙ্গা, স. শ. (সৎ, উচ্চিঙ্গই; বং. উচ্চিঙ্গ হিং. উচৰংগ, এবিধ পোক) কুমটিৰ fotoaty afu cop, a cricket. উচ্চ, বি. (সং. উৎ, ওপৰ + চিত, লগলগা } ওখ, high, tall. স. শ. ওখ ঠাই; যেনে, বগৰিবোৰ উচ্চত আছে, height, উচ্চ, গু. শ. ওখ গুণ বা অৱস্থা, height উচ্চ মনা, বি. {সং, উচ্চ, ওখ+মন, আশয় ) অঙ্গৰ-মনযুক্ত, মহামতি, শ্ৰেষ্ঠ, সম্ৰান্ত, high-minded, noble. উচ্চাৰ, স. বা. (সং. উচ্চাৰণ, শব্দ ) মাত্, শব্দ কৰ, to pronounce, উচ্চাৰণু, কদ, স. ( স. উৎ, ওপৰ+ চৰ, গতি কৰু } যাত, শব্দ কৰণ, pronun- ciation, utterance. উচ্চাৰিত, কৃদ, বি. (ঐ) মতা,শৰ কৰা; যেনে, শব্দ উচ্চাৰিত হয়, pronounced, uttered. উচ্চৈ, সশ. (সং, উচ্চ, ওখ, অৰ্থাৎ দীঘল + শ্ৰৱণ, কাণ) ইন্দ্ৰৰ ঘোড়া, the horsc of Indra. উচ্চৈস্বৰে, ক্ৰি. বি. (সং, উচ্চৈস্বৰ, উচ্চ শব্দ বৰকৈ চিঞৰি, আটাহ-পাৰি, in a loud tone of voice, loudly. উচ্ছন্ন, বি. (সং. উৎ, ওপৰ+ ষদ, গতি কৰ) ate, farge, totally destroyed, devas- tated, laid wasta.. “উচন” এনেও হয়। উচ্ছিষ্ট, স. শ. (সং. উৎ, ওপৰ + শিষ, এ ) খাই এৰা বস্তু, খোৱাৰ আগলিক, অৱশেষ, refuse, leavings. উচ্ছঙ্খল, বি. (সং. উৎ, ওপৰ + শৃঙ্খল, শিকলি ) কাৰৰ কথাত বান্ধ নোখোৱা, ছেও পৰা, বাধা নুশুনা, self-willed, uncontrollable. উদ্ধৃঙ্খলতা, স. শ. উদ্ধৃঙ্খলৰ স্বভাৱ ৰা গুণ, the state or quality of being inne- strained or self-willesi. উচ্ছেদ, স. শ. {সং. উৎ, ওপৰ+ছি, খণ্ড খণ্ড কব) ধ্বংস, বিনাশ, destruction, উচুপিচু, স. শ, { অং. উচ্চ, ওখ+পিচ, পাচ অৰ্থাত নমা) মনৰ উগুল ওল, ব্যথা, anxiety. . উচুপিচ্ ক, উচ্ছল গৃঙল কৰ, ব্যগ্ৰ বা fofer *, to be anxious, to lose the rest of mind. . উচুপিচনি, দ. স. উচপিচোৱা কাৰ্য; ব্যঞ্জ বা অস্থিৰ হোৱা অৱস্থা, the act of being anxious, anxiety, restlessness. উপিচা, অ. ধান উল থুল কৰ, বাক্স বা অস্থিৰ হ, to le in anxiety, to be restlose. উজটি, স, শ. {বং উছোট, ভৰিত লগা উজুটি, খুন্দা) খোজ কাটতে ভৰিৰ আগ FICARE ETSN *!, a false-step, a trip. উজাটখা, ভৰিৰ আগ ফালে খুশা খা, to trip, to make a false ster. উজনি, স: শ. (অ. উজা, ওপৰৰ ফাললৈ