পৃষ্ঠা:ধৰম গিত.djvu/১৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৭
মহা সোধ কৰা দিন।

১২৫

“Day of judgment, day of wonders.”
St. Asaph, Suffolk, 8, 7.

দুতে সৈতে প্ৰভু আহে,
 ভেঁৰিৰ সবদ অতিসই,
হেজাৰ মেঘৰ সমান গৰ্জন,
 সকল স্ৰিষ্টিৰ কম্পন হই;
 পাপি লোকৰ
 মনত লাগে কেনে ভই!

মহা সোধ কৰোঁতাক দেখা,
 মানুহ ৰুপে অৱতাৰ,
উঠিব ভয়ঙ্কৰ আসন,
 পোৰোঁতে গোটেই সংসাৰ;
 প্ৰভু য়িচু
তেতিয়া হওক আস্ৰই আমাৰ।

মৰা লোক তেঁওৰ বাক্যত জিব,
 ভুমি সাগৰৰ ওলাই,