এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৬
সিস্যৰ মৰন।
৩
আমাৰ এই ঠাইত কেলেস,
বিয়াধি, মৰন;
তাত থাকে ৰঙ্গ অসেস,
সোভা জৌৱন;
দুত ৰুপে উৰি জাই,
চাৰি দিলে মৰ্ত্য কাই,
সুখেৰে কাল নিয়াই
অখই জিৱন। ন. ব.
১২৪
“Hear what the voice from heaven proclaims.”
London. C. M.
১
আকাসৰ সুনা জি বচন
ধৰমিৰ অৰ্থে কই,
প্ৰভুৰ আস্ৰয়ত জাৰ মৰন
সদাকাল ধন্য হই।
২
স্ৰম এৰি সিবিলাক সকল
ভোগ কৰে সুখ আলই;
এই জন্মত কৰা কৰম ফল
মৰনৰ পাচেও ৰই। ন. ব.