এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ৭৮ )
গোপী। | ৰোহিনী। | যশোদা কৃষ্ণক কোলা লৈছা। | নন্দ। | বলভদ্ৰ। | শ্ৰীদাম। | সুদাম। |
সুদাম আদি গোপগোপীসকল থিয় দি আছে। তাত থকা ধেনুবিলাকেও যেন আনন্দত উৎফুল্ল হৈছে।
गोपगण खड़े हैं। वहाँकी गायें भी मानो आनन्दसे ओतप्रोत हो रही है।
শ্ৰীদাম। | ৰাম। | কৃষ্ণ। | বনবহ্নিত ত্ৰাস হুয়া গোপ-গৰুসমে কৃষ্ণত শৰণ পশিছা। |
বনাগ্নি পানঃ— এনেভাৱে থকাৰ পিছত এদিনা হঠাৎ সেই বৃন্দাবনত দাবানল জ্বলি উঠিল। বন-বহ্নি দেখি নন্দ আদি গোপ
वनाग्नि पान : इस तरहसे रहनेके बाद एकदिन अकस्मात् बृन्दावन में दावानल जले उठा। वनमें आग