পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ৭৯ )

আৰু যশোদা আদি গোপীবিলাক অতি সন্ত্ৰস্ত হৈ কৃষ্ণৰ ওচৰলৈ গৈ হাতযোৰ কৰি স্তুতি আৰম্ভ কৰিলে। তেতিয়া কৃষ্ণ-বলৰামে বন-বহ্নিৰপৰা তেওঁলোকৰ ভয় নাই বুলি হাত দাঙি আশ্বাস দিছে; বনৰ চাৰিওফালে হু হু কৰি জুই জ্বলি উঠিছে।

देखकर नन्द आदि गोप और यशोदा आदि गोपिनोगणने अत्यंत भयभीत होकर कृष्ण के पास जाकर हाथ जोड़कर स्तुति करनेपर कृष्ण, बलराम उन्हें अभय दे रहे हैं।

কৃষ্ণে বনবহ্নি পান কৰিছা। বলভদ্ৰ। নন্দ। ৰোহিণী। শ্ৰীদাম। সুদাম।  

 কৃষ্ণই নিজ-মাহাত্মাৰ বলত বন বহ্নি পান কৰিবলৈ আৰম্ভ কৰিলে। কৃষ্ণই বহ্নি পান কৰা দেখি বলভদ্ৰ, নন্দ, যশোদা আদি গোপ-গোপীসকলে আচৰিত হৈ আগহাত দাঙি কৃষ্ণক লক্ষ্য কৰি কোৱাকুই কৰিবলৈ ধৰিলে, যে কৃষ্ণ মানুহ নহয়—এওঁ পৰম পুৰুষ।

 अपने माहात्माके प्रभाव से भगवान् कृष्ण वन बह्निका पान शुरू कर दिया। कृष्णको बह्नि पान करते देखकर बलभद्र, नन्द, यशोदा आदि गोप गोपोगण अचरज होकर दाहिने हाथ उठाकर कृष्णकी ओर इशारा करके कहा-सुनी करने लगीं कि कृष्ण मनुष्य नहीं परम पुरुष हैं।