পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৷৷৵৹′ )

শ্ৰীযুত কুষ্ণানন্দ গোস্বামী—এশ টকা; শ্ৰীযুত গোপালচন্দ্ৰ বৰুৱা (বৰুৱা এঞ্জেন্সি)—পঞ্চাশ টকা; আৰু নলবাৰীৰ শ্ৰীযুত চৌথমল চেৰাউগী—এটকা।
 ইমান খৰচবহুল কাম আমাৰ দ্বাৰা হোৱা অসম্ভৱ; ৰাইজৰ শুভইচ্ছা, সাধুসকলৰ—বিশেষকৈ পুথিৰ স্বত্বাধিকাৰী গোস্বামীদেৱৰ আশীৰ্ব্বাদ আৰু ভগৱানৰ কৃপাতহে ই সম্ভৱ হৈছে। এতেকে এই কামটো মহাপুৰুষৰ ইচ্ছাতহে হোৱা বোধে—যাতে আমাৰ হিয়াত উঠিব পৰা গৰ্ব্ব ভাৱক উঠিব নিদিয়ে, তাৰ বাবে ৰাইজৰ মাজেদি শ্ৰীভগৱানৰ চৰণত প্ৰাৰ্থনা জনালোঁ।

নলবাৰী, কামৰূপ, অসম।
২৯ অঘোণ, ৫০১ শঙ্কৰাব্দ।
শঙ্কৰকিঙ্কৰ,
হৰিনাৰায়ণ
 

श्रीश्रीदीहिंग सत्नाधिकार २०৴, श्रीश्रीदक्षिणपाट सत्ताधिकार ७०৴, गुवाहाटीके श्रीयुत्‌ कृष्णानन्द गोखामी १००৴, श्रीयुत्‌ गोपालचन्द्र बरुवा (बरुवा एजेन्सी) ५०৴, और नलबाड़ीके श्रीयुत्‌ चौथमल सरावगी १৴।
 इतने व्ययवहुल कार्यका हमारे द्वारा होना असब्भव था; किन्तु सज्जनों की शुभ इच्छा, साधुओंका आशीर्वाद और भगवान्‌ की कृपाके कारण ही यह सम्भव हुआ है। अतः यह काम महा पुरुषों की इच्छासे ही हुआ समझ कर हमारे मनमें उठ सकनेवाले गर्बभाव न उठ पावें उसके लिए हमारे देशवासियों द्वारा श्रीभगवानके चरणों मे प्रार्थना करता हुँ।

नलबारी, कामरूप,असम।
२९ अगहण, ५०१ शङ्कराब्द।
शंकर-किङ्कर,
हरिनारायण