চিত্ৰবোৰৰ বিৱৰণ লিখোঁতে নলবাৰী সংস্কৃত কলেজৰ আগৰ অধ্যক্ষ পণ্ডিত শ্ৰীযুক্ত ভগৱানচন্দ্ৰ গোস্বামী কাব্য-ব্যাকৰণতীৰ্থদেৱে আমাক ভালেখিনি সহায় কৰিছে। বিৱৰণবোৰৰ হিন্দী অনুবাদ মোৰ ছাত্ৰ শ্ৰীমান্ মহেন্দ্ৰমোহন তালুকদাৰে কৰি দিছে। মোৰ অনুজ সদৃশ মাৰোৱাৰী পণ্ডিত শ্ৰীযুত বাসুদেৱ শৰ্ম্মাদেৱে হিন্দী অনুবাদবোৰ সম্পাদন কৰি দিছে। এই তিনিজন সজ্জনৰ সহায় নাপালে মোৰ দ্বাৰা এই কাম হৈ নুঠিলহেঁতেন। ইয়াৰ উপৰি শ্ৰন্ধেয় বন্ধু ডাঃ সুধীবচন্দ্ৰ চক্ৰবৰ্ত্তীদেৱে (কলিকতা) হিন্দী অংশৰ আৰু মোৰ সহকৰ্মী শ্ৰীযুত যোগেশচন্দ্ৰ গোস্বামী স্মৃতি-ব্যাকৰণ শাস্ত্ৰীয়ে অসমীয়া অংশৰ প্ৰুফ চোৱাতো মোক ভালেখিনি সহায় কৰিছে। এই কাৰণে এই কেইজন ভ্ৰাতৃৰ ওচৰত চিৰকৃতজ্ঞ থাকিলোঁ।
পুথিখনৰ ছপা কাৰ্য্যত প্ৰায় পঁচিশ হাজাৰ টকা ব্যয় হল; তলত নাম দিয়া মহাশয়সকলে আমাক মুঠতে সাত শ সাত টকা দি এই কামত সাহায্য কৰিছে; এইবাবে তেখেতসকলৰ ওচৰতো কৃতজ্ঞ থাকিলোঁ। তেজপুৰৰ পাৰিজাত সঙ্ঘ—পঁচিশ টকা; মিঃ বি. কেৰকেৰা—এশ টকা; শ্ৰীযুত মণিৰাম কণ্ট্ৰাক্টৰ—দহ টকা; শ্ৰীযুত বাপুৰাম দত্ত—পঞ্চাশ টকা; শ্ৰীযুত তুলসীনাথ ভট্টাচাৰ্য্য—পঞ্চাশ টকা; শ্ৰীমান কমলাকান্ত নাথ (ছাত্ৰ)—পাঁচ টকা; শ্ৰীযুত ৰাজমোহন নাথ বি. ই.—পঁচিশ টকা; মিঃ এচ. কে. দত্ত, আই. চি. এচ.—দুশ টকা। নগাওঁ (ঢিঙৰ) শ্ৰীযুত চন্দ্ৰকান্ত বৰকাকতি—এটকা; শ্ৰীশ্ৰীদিহিং সত্ৰাধিকাৰ—কুৰি টকা; শ্ৰীশ্ৰীদক্ষিণপাট সত্ৰাধিকাৰ—সত্তৰ টকা; গুৱাহাটীৰ
वर्णन से ही अलग अलग छुपवाया है। भगवान् की कृपासे चित्रों को आज नौ साल बाद ही प्रकाशित किया है। समझने के लिए प्रत्येक चित्रके नोचे बहुत ही संक्षेप में विवरण दिया गया है। पुस्तक का नाम “चित्र-भागवत” रक्खा गया है। यह चार सौ साल पहले के कामरूपके भागवत् धर्मानुयायियों के भागवत प्रचारका एक सजीव प्रमाण है।
चित्रों के विवरण लिखने में नलबाड़ी संस्कृत कॉलेज के प्राक्तन अध्यक्ष श्रीयुत् पं৹ भगवानचन्द्रजी गोस्वामी काव्य-व्याकरणतीर्थने हमें बचुत सहायता दी विवरणों का हिन्दी अनुबाद मेरे प्राकन छात्र स्रीमहेन्द्रमोह्न ताल्लुकदारने किया है। मेरे अनुज सदृश मारवाड़ो पंडित श्रीयुत् वासुद्देवजी शर्मा ने हिन्दी अनुवादों का सम्पादन कर दिया है। यदि इन तीन सज्जनों की सहायता न मिली होती तो मुझसे यह काम न हो पाता। इसके अतिरिक्ष श्रद्देय बन्धु डा৹ सुधीरचन्द्र देवने हिन्दी अंशके और सहकर्मों श्रीयोगेशचन्द्र गोस्वामी स्मृति-व्याकरण शास्त्रीने असमिया अंशके प्रूफ देखने में अत्यधिक सहायता दी। इसके लिए इन भाइयों का आभारी हूँ।
पुस्तकके छपवाने में पच्चीस हजार रूपये के आस पास व्यय हुए हैं। निम्नलिखित सब्जनोंने हमें कुल सात सौ सात रुपये देकर इस काममें सहायता की। इसके लिए इन लोगोंका आभारी हूँ। रुपये देनेवाले सज्जनों के नाम ये हैं—