পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/১১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ৯০ )
কৃষ্ণে গোপ-গৰু পুনু ভাণ্ডিৰৰ তলে আনিছা।  

 শ্ৰীকৃষ্ণৰ দাবাগ্নি পান:— দাবাগ্নিৰপৰা ৰক্ষা পৰি গোপবালকবিলাকে আঠু লৈ হাতজোৰ কৰি কৃষ্ণক স্তুতি কৰিছে। কৃষ্ণই সেই গছৰ তলত থিয় হৈ আগহাত দাঙি গোপবালকবিলাকক আশ্বাস দিছে। কৃষ্ণৰ পিছৰ ফালে গছৰ তলত গৰুবিলাকে কৃষ্ণব ফালে মুখ কৰি মূৰ দাঙি শাৰী পাতি আছে।

 

 গোপবালকৰ সৈতে শ্ৰীকৃষ্ণৰ গোকুললৈ প্ৰত্যাবৰ্ত্তন:— গাই আৰু গোপবালকবিলাক গোকুলত আহি উপস্থিত হল। গাইবিলাকে দামুৰিৰ বাবে উৎকণ্ঠিতা হৈ যেন মূৰ দাঙি আহিছে।

 श्रीकृष्ण का दावाग्नि पान : दावाग्निसे रक्षा पाकर गोपबालकगण घुटने टेककर हाथ जोड़ते हुए कृष्णकी स्तुति कर रहे हैं। कृष्ण उसी पेड़के नीचे खड़ा हो कर दाहिना हाथ उठाकर गोपबालकों को आश्वासन दे रहा है। कृष्णके पीछे पेड़ के नीचे गायें कृष्णकी तरफ मुँह करके सिर उठाकर पंक्तिमें खड़ी हैं।

 
 गोपबालकोंके साथ श्रीकृष्णका गोकुल में प्रत्यावर्त्तन : गायें और गोपबालकगण गोकुलमें आ कर हाजिर हुए। गायें बछड़ोंके लिए उत्कंठित होकर मानो सिर उठाकर आ रही हैं।