সাঁচ বাৰ্তা:ডাউনলোড

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
ৱিকিউৎসৰ পৰা

যুক্তাক্ষৰ[সম্পাদনা কৰক]

অসমীয়া ৱিকিউৎসৰ পৰা পিডিএফ ফাইল ডাউনলোড কৰিলে ৰ-কাৰ ডাল আৰু কিছুমান যক্তাক্ষৰ ভাঙি ভাঙি আহে। ইয়াৰ কিবা সমাধান কৰিব পৰা যায়নেকি? - দিব্য দত্ত (talk) ২৩:১৫, ২৯ May ২০১৯ (IST)