সমললৈ যাওক

পৃষ্ঠা:New Testament in Assamese.djvu/৩৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৫ অধ্যায় । ৩৮১ তোমাৰ বৃদ্ধি যেন প্রকাশ হয়, এই কথাবোৰত চিন্তা কৰি, তাত সকলে। ভাৱে একে মনেৰে যতন কৰা । ১৬ অপোনাৰ কথাত অাৰু উপদেশৰ কথাতে সাৱধাণ হৈ থাকিবা; তাতে আপোনাৰ আৰু শুনাবিলাকৰে। পৰিত্ৰাণ কাবা । - ৫ অধ্যায় । বৃদ্ধ লোকক নহকিয়াবা, কিন্তু পিতৃৰ নিচিনাকৈ তেওঁক মিনতি কৰা। ২ ডেকা লোকক ভাইবিলাকৰ নিচিনা, বুৰী তিৰোতাবিলাকক মাতৃৰ নিচিনা, অাৰু সকলো ভাৱে শুদ্ধ ব্যৱহাৰেৰে যুবতীবিলাকক ভনীৰ নিচিনা মানিবা । আৰু নিশ্চয়ে বিধৱা হোৱাবিলাকক প্রতিপালন কৰা। ৪ কোনো বিধৱাৰ লৰা বা অন্য সন্তান থাকিলে, সিহঁতে প্ৰথমতে আপোনাৰ ঘৰৰ সুশাসা কৰিবলৈ আৰু আপেনি পিতৃ মাতৃক পুনৰ উপকাৰ কৰিবলৈ শিকোক, কিয়নো ঈশ্বৰৰ অগিত এনে কর্ম গ্রহণীয় হয়। ৫ যি তিৰোতা নিশ্চয় বিধৱা অৰুি অনাথা হয়, সেই জনী ঈশ্বৰৰ আশ্ৰয়ত থাকি ৰাতিএ দিনে নিবে- দন আৰু প্রার্থনা কৰি কাল নিয়াই । ৬ কিন্তু যি জনীএ সুখ ভোগত থাকে, সেই জনীএ জীয়াই থকা কলিতে মৃত্যু হয়। ৭ সিবিলাক নিদুষী হবলৈ এইবিলাক কথা অজ্ঞা কৰি দিয়া । ৮ কোনোএ যদি অাপোনাৰ লোক- বিলকিৰ অাৰু বিশেষকৈ আপোনাৰ ঘৰৰ পৰীয়ালবিলাকৰ প্ৰতিপালনৰ নিমিত্তে উপায় নকৰে, সি ধর্মকে ত্যাগ কৰা হয়, অৰু অবিশ্বাসী লোক কৈয়ো অধম। ৯ স্বামী এজনৰহে তিনি কুৰি বছৰতকৈ কম নোহোৱা বয়ষীয়া তিৰোতা ভাল কর্মেৰে সুখ্যাতি হৈ, ১০ লৰাক পোহন কৰা, অলিহি শোধ, পবিত্ৰবিলাকৰ ভৰি ধুউৱা, দুঃখিয়া লোকক উপকাৰ কৰা, এইবিলাককে আদি কৰি শজ কর্মত প্ৰবৰ্তি থকা হােৱা হলে, বিধৱাৰ মাজত গ্ৰহণ কৰা হওক। ১১ কিন্তু যুবতী বাৰীহঁতক গ্রহণ নকৰিবা, কিয়নো সিবিলাকে খ্রীষ্টৰ বিৰােধে ৰতি মতি কৰিবলৈ ধৰাত পুনৰ্বাৰ বিয়া হবলৈ ইচ্ছা কৰে; ১২ এই ৰূপে অপােনাৰ প্রথম বিশ্বাস ত্যাগ কৰি দণ্ডৰ পাত্র হব । ১৩ আৰু সিবিলাকে ঘৰে ঘৰে ফুৰি সৰপা হয়গৈ, কেবল এয়ে নহয়, বহু ভাষী আৰু লোকৰ বন চোৱা হৈ অনুচিত কথা কবলৈ শিকে। ১৪ এই হেতুকে যুবতী বিধৱ অকিও বিয়া হৈ সন্তান ওপজাই, ঘৰৰ কাম যেন চলাই, আৰু শত্ৰুবিলীকে নিন্দা কৰিবৰ কোনো কাৰণ যেন নিদি এ, এই মোৰ ইচ্ছা । ১৫ কিয়নো এতিয়াও কোনো কোনোএ ছয়তানৰ পথে উলটি ১৬ কোনাে বিশ্বাসী মুনিহৰ বা তিৰোতাৰ বিধৱা যদি থাকে, তেন্তে মণ্ডলীৰ ওপৰত ভাৰ নিদি সিবিলাকে সেই বিধৱীক উপকাৰ কৰোক ; তাতে মণ্ডলী এ নিচই বিধৱাকহে উপকাৰ কৰিব পাৰিব । গল।