সমললৈ যাওক

পৃষ্ঠা:Kamaratna Tantra.djvu/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

48

সপ্তম পটল।

৫৭। অথ গাঢ়ীকৰণ।

 তিতালাওৰ গুটি, নাঙ্গল ভঙ্গাৰ পাত প্ৰথম প্ৰসূতীৰ বৰঙ্গত লিপিলে কন্যা প্ৰায় দুগুচে। গোৱালিনী পৰুৱা বাটি স্ত্ৰীয়ে আপুনি বঙ্গত লিপিব। সঙ্কোচ হয়। ঘোৰাৰ খিবে লিপিলেও বহল গুচে। ইতি গাঢ়ীকৰণ।


৫৮। অথ স্ত্ৰী দ্ৰাৱন।

 নাৰিকলৰ মূল, নাঙ্গল ভঙ্গাৰ মূল জলেৰে বাটি দ্ৰাৱন মন্ত্ৰে অষ্টত্তোৰশত বাৰ মন্ত্ৰিত কৰি দুয়ো হাতত লিপি নাৰীৰ দুয়ো হাত পৰশিলে মাত্ৰ নাৰীৰ কাম ঋলিত হয়। বেল ফুল, কপূৰ, লং ফুল বাটি লিঙ্গত লিপি ৰমিলে নাৰীৰ কাম খালি হয়। ইতি নাৰী ভ্ৰাৱন।


৫৯। অথ লিঙ্গ স্থূলীকৰণ।

 তালমূলিৰ মূল বাটি স্থূলী কৰণ মন্ত্ৰ অষ্টত্তোৰশত জপি লিঙ্গত লিপিলে, স্থূল হয়। পিপলি, লোণ, খিৰ, চেনি সবাকে বাটি মথি মন্ত্ৰিত কৈ লিপিলে দীৰ্ঘ হয়। ইতি লিঙ্গ স্থূলীকৰণ।