১৩৫,
যিব| যৈত যেনমতে আছিল তহিত ।
নিদ্ৰ| গৈয়| অচেতনে পৰিল ভূমিত ৷
গশুন৷ সভাসদ ভাৰতৰ কথা যত।
নকৰিয়ো ৰৃথ| চিত্ত শুনিয়ো সতত ॥ ১৯৯১৫
বোলন্ত কংসাৰি সবে এৰা আন কাম।
পাপৰ প্রলয় ছাৰা বোল| বাম ৰাম ॥ ১৯৯১৬
ছবি উত্তৰৰ দ্বাৰ! কুৰুবীৰগণৰ বস্তুহৰণ আৰু গঞুপাল সহ পুনৰ বিষাট নগৰলৈ উভতি যাত্মা
ৰথৰ উপৰে বসি মূৰ্চ্ছ৷ গৈল| কুৰুদেনাগণ।
উত্তৰক বুলিলন্ত উত্তৰাক লাগি আৱে বাছি বাছি কাঢ়ি লৌ বসন ॥
কৰণ কৃপ দুধ্যোধন অম্বত্থাম! গুৰু দ্ৰোণ সবে নিদ্ৰ| গৈল দিব্যবাণে ৷
ভীষ্মৰ পাশক তই নাযাবি বুলিলে| মই তেহে কিছে৷ আছয় চেতনে ॥১৯৯১৭
অৰ্জ্জুনৰ বাণী শুনি উত্তৰে ৰথৰ নামি ত্বৰিতে গৈলেক আগবাঢ়ি ।
কুৰুসেন| সাগৰত নিৰ্ভয়ে পশিল| তাত সবাৰে বসন লৈল| কাঢ়ি
প্রধমতে কৰ্ণৰ যে গীতবস্ত্ৰ কঙ্কালৰ আজুৰি লৈলেক বগৰাই ।
মৃতক প্রাণীৰ যেয নাহিকৈ চেতন জ্ঞান কেৱলে থৈলেক উলিয়াই ॥ ১৯৯১৮
পাচে ছুধ্যোধন গই নীলবসু, কাঢ়ি লৈয়া কঙ্কালত ম্চোইলেক আনি।
সুফল বস্ত্ৰ আনিলেক কেৱলে থাকিল নৱগুণ ৷ ১৯৯১৯
অৰ্জ্জুনে চাহন্ত হাসি ৷
ম্হ্ছাভাৰত
দুঃশাসন দুঃসহৰ বিবিংশতি বিকৰ্ণৰ আনে৷ মুখ্য কৌৰৱৰ যত।
দুৰ্জ্জয় চুৰ্ম্ম খ বীৰ চিত্ৰসেন শকুনিৰ সবাহাৰে কাঢ়ি লৈল| বস্ত্ৰ
যতেক পাৰিল মানে হাতে কাখে কঙ্কালত কতো| গাটি বান্ধি লৈলা গাৱে।
নান| চিত্ৰ বস্ত্ৰ লই অৰ্জ্জ্বনৰ সমীপক আতি শাস্ৰবেগে পাচে ধাৱে৷৷১৯৯২০
ৰথবৃন্দ চৰাই গই অৰ্জ্জুন আছন্ত বই কোৌৰৱত হুই বৰণজিত।
কালমেঘ ফুটি গই সহজ কিৰণ যেন প্রকাশন্ত প্ৰচণ্ড আদিত্য ॥
ক্ষণেকে চেতন পাই ছুৰ্য্যোধন কুক্ৰায় অৰ্জ্জুনক নেদেখিল| চাই।
দশন চোবায়| কোপে আগ পাচ নিহালয়
কাহাৰে| গৱিত বস্তু নাই ৷৷ ১৯৯২১ আখেবেধথে বস্তু পিন্ধি আশেষ বুলিল! নিন্দি ক্রোধে চাই ভীষ্মৰ ভীতিক। তুমি ৰঙ্গে আছা চাই অৰ্জ্জুন পলাইয়| যাই আগতেণ্টি নাৰাখিল! কিক || জানিলোহে| পিতামহ 'কপটেমে প্রবৰ্তস এৰিলাহ| ক্ষত্ৰিয় ধৰ্ম্মক । তুমি হেন বীৰে আজি নমাৰি পঠাইল| কিয়
মোৰ মূল বৈৰ অৰ্জ্জুনক | ১৯৯২২
সাৰথিক বোলৈ অৰে ৰথখান বায়ে| জান গৰু লৈয়া পলাইল| অৰ্জ্ধ্নন ॥ ৯৯৯২৩
ভুল্ড়ী ছুধ্যোধনক ভীষ্মৰ সাত্বন| আৰু নিঅৰাজ্যনৈ উদভতি যোৱাৰ উপদেশ চল নগৰক মত্ত সিংহ নঙ্াগোক্ষ।
এৰ লগদফ