শুন! সমাজিক জন কথা মনোৰম। নিৰন্তৰে ঘোষিয়োক কৃষ্ণ ৰাম ৰাম॥ ২২০ গান্ধাৰী দেখন্ত ৰাজ-আভৰণ থৈলা। ত্যজি গৃহসুখ তাপসৰ বেশ লৈল। গাৱ শিহৰিল গদ গদ বাণী শোকত মজিল মতি। নাহি তুল্য যাৰ ৰাজভোগ যোগ শুনিয়োক প্ৰাণ পতি॥ ২২১ পুত্ৰশোক তাপ সততে সৰ্ববাঙ্গ সৰে গৈলা পৰলোক। এতেক সময়ে ৰাজা ধৃতৰাষ্ট্ৰ হৰি হৰি বিধি যাইবে বনবাস মিলিল দাঙ্কণ শোক॥ মৰিবাৰ বেল৷ লোতক ঋৰিল হৈব কিবা ভাল বুলিবে লাগিল এহি বুলি দেৱী অন্তৰে কিমতে সহে॥ ২২২ শত পুত্ৰ মোৰ গান্ধাৰী বচন ভৈলস্ত বিয়োগ তেৱে হেনমতি ভৈলা। নকৰিব৷ শোক বহ্নিৰ উত্তাপ দহে। তোমাৰ বিচ্ছেদ আমাক অনাথ কৈলা॥ আশ্ৰমিক পৰ্ব্ব আৰে৷ কিবা সিদ্ধি নাৰী অনাথিনী কৰি। বনক পলাইল৷ জীৱা কত কাল অন্ধৰ পাৱত ধৰি॥ ২২৩ কান্দিবে লাগিল বোলে অন্ধ নৰপতি। কৰিয়া শ্ৰৱণ নবাধিবা মোক শুনিম্নোক প্ৰাণ সতী | পূৰ্ব্ব জন্মে আমি পাপক সাথিলো মনুষ্য জনম পাই। সিটো মহাপাপে এতেক ভৈল বিলাই ২২৪ পুত্ৰ ৰাজ্য ধন যেন শৰীৰক নষ্ট গৈল বল দৰ্প। তাৰ মহাবিষে সহস্ৰেক কালসৰ্প॥ জানিব। আমাব সংসাৰ মায়াৰ ৰাজভোগে শান্তি নাই। যেন মহা পাশে কৰ্ম্মফল বিড়ম্বয়॥ ২২৫ উপৰৰ অৰ্থে জানিবা আমাৰ নিশ্চয় জানিলে! গৃহ ভৈলা বন্দীশাল। যুধিষ্ঠিৰ মহীপাল॥ সবে ভৈল ছম যেৰে প্ৰাণ ছুটে কোটি কোটি কল্প সদায় দংশিল এতেক জানিয়া শৰীৰ শুষিল নসাধিলে৷ মোক্ষ কাম। বেদৰ নিগূঢ় আমাৰ কাৰণে চুম্পি আছে কাল যম॥ ২২৬ পৰম আটোপে জানিবা পিঞ্জৰ নৰকক লাগি নিব। নিৰ্গুণ কৃষ্ণৰ কমব দোষ আমাক বান্ধিল কৰে। নিষ্ঠ নিষ্ঠ আয়ু গৈলা ব্যৰ্থে আৰো নানা দুখ দিব। শৰণ কৰিলো সাৰ। কৃষ্ণ সেৱকৰ নৰক ভুঞ্জাই সব পৰমাৰ্থ সাৰ॥ ২২৭ কৃষ্ণৰ চৰণে কৃষ্ণ সেৱা ধৰ্ম্ম স্বভাৱে হোৱে নিগুণ। যেৱে গান্ত গুণ কৃষ্ণ বিনা ইষ্ট নাহি নাহি দেৱ আন | কৃষ্ণৰ কৃপাত কাল যম ভয় নাই।