পোতাশাল পোৰাপিলা। water in which boiled rier is kept for a future mcal. পোভাশাল, স. শ. ( অ. পোতা, মাটিৰ } তলত থোৱা + শাল, ঘৰ বৰ ভাৰ জগৰ কৰা মানুহ থোৱা আন্ধাৰ আৰু
- *ty, a place of close contine
mont, a dungeou, :1 solitary all. পোন, বি.বেঁকা নোহোৱা, সৰল; থিয়, কাতি নোহোৱা; যেনে, পেন হোৱা, straight, rect. স. শ. আদি, প্ৰথম; যেনে, Contato ata, heginning, first time. পোনা, স. ফ. পোন কৰ; কাতি হৈ থকাৰ পৰা থিয় কৰ; যেনে, খুঁটাটো পোনা; লক্ষ কৰ, টোৱা; যেনে, হিলৈ পোনাইছে, to straighton, 10 silmpright. 10 aim, to lerol. পোন, ম. শ. ( স.. তোধান, মাছৰ পোৱালিৰ জাক; বং. পোনা, মাছৰ পোৱালি মাছৰ পোৱালি; লৰা বা ছোৱালীক মৰমেৰে মতা মাত, you fish, a term of ondearment used in aditressing a childl. পেনে, অ. অব্য. কোনো বস্তুৰ দিশলৈ বা ফাললৈ; যেনে, এই পোনে আহ, in tle lifiction of. ক্ৰি. বি. সৰলভাৰে, বেঁকা বা কাতি নোহোৱাকৈ; যেনে, ফুটাটো পোনে তাছে, straightly, plightly. পোনেই, ক্ৰি. বি. আদিতে, প্ৰথমতে; ন- কৈ; যেনে, সি পোনেই আহিছে, at first, recently পোনে পোনে, ক্ৰি. বি. বেঁকা নোহোৱাকৈ, সৰলভাৱে, ন-কৈ, প্ৰথমত, straightly, directly, at first, recently. পোনছাটে, ক্ৰি. বি. { অং, পেন, পোছাটই, সৰল + ছাটি, নিক্ষেপ; পোনকৈ নিক্ষেপ কৰাৰ দৰে } একে- বাৰেই, তেতিয়াই, অকস্মাত বেগাই; যেনে, বৰপ কৰে উঠি পোনছাটেই লৰ দিলে, suddenly, immediately, straightway. পোন্দ, স, ধ, কোদোৱা কৰ, খগেৰে ঘোপা কৰ (চকুত খাটে ); যেনে, চকু C77315, to contract, as the brow in displeasure. পোন্দোৱাকৈ, ক্ৰি. বি. খাঙ্গেৰে চকু ঘোপ
- fa, frowningly,
পেলোৱাপুন্দিকৈ, ক্ৰি. বি. অনেক বাৰ চকু পোলাই, খগেৰে চকু পকাই, rolling the eyes with anger. . পোন্ধ, স. শ. { বং, পোঁদ, পোৰ। চুৰিয়াৰ দুই উকৰ মাজে সৰকাই পাচ ফালে contby sts, that end of a waist loth, which is tucked in beind. পোন্ধৰ সংখ. {স, পঞ্চদশ; হি. পনেৰ পাচ অধিক দহ, fifteen. পা-পটি, স. শ. ( ২. পোন, সৰল + পটি, বাট) সৰলতা, ঋজু আচৰণ; যেনে, পোন-পঠিত চলিব, prightness, straightforwardness. পে-ভাই, স. শ. ( অং. পো, পুত্ৰ+ ভাই, ভ্ৰাতৃ ) বংশ, গোষ্ঠী, জ্ঞাতি, ১}ood relations, পোৰ, স. ধা. {সং. পুট, দীপ্তি কৰু, পোহৰ হয়, এতেকে; বং, পোড়ন, দাহ কৰণ } দাই কৰ, ভস্ম কৰ; জালা কৰ; যেনে, afaco * cuttia, to burn, to cause a burning sensation tu. অ. ধ. জ্বালা বোধ কৰ, ভাপ পা; যেনে, গা fats, to feel a burning sensation. পো"ৰ, কুদ, স. পোৰা বা দাহ কৰা কাৰ্য্য, the act of burning. . পোৰণি, স, শ, জ্বালা, দাই, ভাপ, (949-cufi, a burning sensation. পেৰাণি, স. শজুইয়ে পোৰ হাবি, a burnt, jungle. পোৰ-পৰ্ব্বত, স. শ. { অং. পোৰা, দাহ কৰা.+ পৰ্বত, 'ওখ শিলসমূহ) জুই উগৰা 540, a volcano. পোৰাপিঙ্গলা, স. শ. { অং. পোৰা, দাহ কৰা + পিঙ্গলীয়া, ৰামুগা বৰণীয়া ) |