পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/১৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(১২) ও ৰাম অচ্যুতৰ নাম মােৰ মুখত আহক ; দামােদৰদেৱ কৃপা কৰিয়ােক, কৃষ্ণ ৰাম কৃষ্ণ নাম। হৰি মাধব দামোদৰদেৱ, কৃষ্ণ ৰাম কৃষ্ণ ৰাম বোমা- কৃষ্ণ কৃষ্ণ ৰাম জয় জয় ৰাম নমাে হৰিদেৱ। গােবিন্দ গােবিন্দ নমাে হৰিদেৱ, গােবিন্দ ৰাম ৰাম ৰাম । গীত- ও হৰি হৰি নাম জপ অভিৰ সকল মিছ গুৰুৰ নাম জপ। গোবিন্দ লহৰি জপ গােবিন্দ শ্রীহৰি জপ শ্ৰীভাগবদগীতা। ৰাম প্ৰতাৰে ভালুক বান্দৰ কলিত প্রভু হৰি অৱ তাৰ কহে দিবাকৰ শুনৰে নৰ হৰিৰ নাম যেমন তেমন কৃষ্ণ অৱৰে গােণী। মালা ধৰ ধৰ তুলসী । শমন ভয়ে ভীত। লৈয়ে সবে অবিৰত। লেহ মেৰি ন সন্তৰ সঙ্গ। মাননী জনম নকৰা ভঙ্গ । নিচিনা জনম পুৰী মানবী কায়া। সন্ত সঙ্গতি লই চাহু মায়া। গাৰাে ভোট যবন আহােম কছাৰি। ইসলো উদ্ধাৰ হােৱে সৰু বিচাৰি