পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/১০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কুৰ চৰণ মনে নেৰিব সময়। পৰলােকে গতি হৰি বিনে আন নাই। হৰিক অভিয়ো সবে তেজি আন কাম। ক্তি দিবা করে শুনে যােলা ৰাম ৰাম । লেছাৰি। দেখিলেক বিগ্রে বিপরীত প্রভু পৰি আছে পৃথিবীত শোকৰ ৰেগত লাগি গৈল ঝমক। হৰি হৰি বিধি প্রভুদের তিনিও জগতে কৰে সেৱ আজি কোন সতে আমি বধিলে। তােমাক। গ গয়া কাণী আদি কৰি সমস্ত ভীর্ষক আছে। কবি সবে নষ্ট লৈ আজি ধৰি জানে। আমি । পিতৃ পিতামই বন্ধু যত পবেয়ে। পৰিবে নৰকত গুৰু স্রোহী পাপে ধােগতি গৈলো আমি। পূর্ণ শশী সম মুখ কান্তি সুদীর্ঘ নাসিক বিৰান্তি লম্বিত কর্ণ দেখতে অতি সুন্দর। গাড়ি নিলি জন্ত দু পান্তি গ্রীবা বক্ষস্থলে কৰে কান্তি হৃদয়ত মালা পােজ কৰে নিৰন্তৰ। আজানুলম্বিত হয় জতে শােতে নৰেধাচর অৰুণ কৰ চৰণে এ এল। কেতকী ফর্ণ সমপ দেখিলে একে এনে পাপ