শাওণ, ১৮৩৩।] অসামৰ কলিতা জাতি। ৩৮৫ ইয়াৰপৰা বুজিব পাৰি যে কায়স্থ পুত্ৰজাতি, শঙ্কৰৰ দিনভে কায় সংদু বুলি গণ্য হৈছিল। শঙ্কৰেই অনেক ব্ৰাহ্মণ আৰু সংশয় আসামত বৈষ্ণৱধৰ্ম প্ৰচাৰক ৰে। সেইসকলেই বৰ্তমান সৰত এ নামে পৰিচিত হৈছে। সঙ্কৰ জাতিৰ লগত যি কায় উলেখ আছে সেই কায় ব্যাসংহিতা মতে ভাতৰ্গত। বণিক কিৰাত ফায় মালাকাৰ কুটনি। কৈবৰ্ত্তমে চণ্ডাল সশ্চপচ কোলকা। এতেহস্ত্যাঃ সমাখা এ চায়েগবালা। (যাস ১১) কমলাকৰ কৃত জাভিমালা মতে বৈৰগৰ। শুভ্ৰ কান্তি হোৱা সন্তানক কায়স্থ বোলে। কিন্তু এই কায়স্থ শূদ্ৰতকৈ প্ৰথম। বৈশাচ্চ শুকন্যায়াং কায়স্থেমসিজীব। অথম শূদ্ৰজাতি পঞ্চসংস্কাৰনসে। ইত্যাদি বচন মতে যিবোৰ সঙ্কীৰ্ণ জাতি ফায়স্থ সেইসকল শুভ্ৰ খ গ্ৰাহী হলেও কাঙিত শুভ্ৰ নহয়। আসাম কায়সল সঙ্কৰ জাতিৰ কায় নয়, সঙ্কৰ জাতিৰ কায় হোৱা হলে সাণৰ যাজ্য নহত ছেলে। আসামৰ কায়সৰ আহাৰ ব্ৰাহ্মণৰ নিচিনা আৰু তেওঁলোক সং কায় জাতিগত শব্দ নয় কৰ্ম্মত, কৰ্মৰা ব্ৰাহ্মণৰৰ কায়স্থ উপাধি হব পাৰে। যেনে— চীন এ ধৰ্মান্ বিণ, মুদ্ৰা কৰিভা। লেখকালপি কায়স্থা লেখ্য কৃত বিচ। পাশ ১০১০ অৰ অসমৰ মাৰু গ্ৰ ৰা সংশগ্ৰফল অণিপুৰাণোক্ত ফায় সপ্তম ৰাৰেই নাইৰ পৰাশৰোৰু ৰচন মতে॥ যাই কা পাৰৰ; জাতিত শূদ্ৰ। ফলিত পুৰণি ক্ষত্ৰিয় বুলি উক্ত কৰিছে; যদি পুৰণি ক্ষত্ৰিয় হয় তেনেহলে তেওঁলোকৰ ভিত ব্যাখাত হল নে নাই হোৱা বিবেচনা কৰিব গাছ। মনুৰ ভোক্ষত্ৰিয় উপনয়নৰ মুখ্য কাল ১১ , ২২ বৰলৈকে গোণকাল থাকে। দুপৰ উপনণ সংলে প্ৰাত্য হয়। অত উপপাত