১৮৪ ছি। [২, ৭ম সংখ্যা। বিয়ে। মৌজাদাৰৰ দুজন। বৈণী; এজনা নগৰৰ আৰু ইনা গাৱৰ। ডাঙৰ জনতকৈ সৰুৰ ৰহৰ মানৰ সৰু। মৌজাদাৰৰ অনি কেউফাতে মুখ হোৱাতো তেওঁৰ মনত এটা বৰ কষ্ট—যে তেওঁৰ সতিনী ঘৈণী দুজনীৰ মাজত গমূলক্ষে মিলা-প্ৰীতি নাই; অলপ কথাতে তেওঁবিলাক তিকৃচি-বিচি উঠে; ইজনে সিজনীৰ দোষ খুচৰি ফুৰে। আৰু বৰখন দিনে ৰাতিয়ে হাই-কমিৰ বাহ কৰি থাকে। মৌজাদাৰে তেওঁবিলাকৰ ভিতৰত মনো- মালিঙ্ক গুচাবলৈ বপনোস্তি চেষ্টা কৰিও কুতকা নহল। বৰ মৌজাদাৰণীৰ লৰা এটা আৰু ছোৱালী তিনিজনী; সজনাৰ পৰা এটা ছোৱালী এজনী। বৰঞ্জনৰ তিনিজনী ছোৱালী উলিয়াই দিলে, শটিকে বুকত বাকি লৈ তেওঁথাকে। সৰুজনাৰ ছোৱালীটিৰ বস ১০ কি ১১ বছৰ। ডাঙৰজনৰ লৰাটিৰ নাম ভীমকায়, জনাৰটিৰ নাম হকায়। বাপেকে মে পাওঁতে ভীমৰ বস ১৮ বহুৰ আৰু ইৰৰ ৫ বই। মোদাৰে গাৱৰ পঢ়াশালিৰ পণ্ডিতজক দুয়েটি লৰাকে ঘৰতে পঢ়াবলৈ লগাইছিল আৰু পঢ়ুৱা বাবে পণ্ডিতক মাহে ২৫ • টকাকৈ দিছিল। বাপেকৰ মাত্ৰ দুটি পুতেক; তেওঁৰ সকলো আশা ৰা সিহতে হে; কিন্তু ইফালে অতিৰিক্তকৈ মৰম কৰিলে সিহঁতে লাই পায় বুলি কয় আৰু সিফালে মৰম নকৰিলে কষ্ট পায় বুলি অংশঙ্কা। মৌজাদাৰ, সুবিবেচক মানুহ হোৱা বাবে লৰা দুটাক তেও পেটে সমখিতে মৰম কৰে যদিও আলৈ নিদিয়ে। সৰু মৌজাদাৰণীৰ জীয়েকৰ ১৪ বছৰমান বয়স হলত, নগৰৰ কাচাৰীত কাম কৰা আৰু মাছে ৪০ টকাকৈ গম পোৱা কেৰাণী এজনৰ লগত তেওঁৰ বৰ ধুমধামেৰে বিয়া হল। বৰ মৌজাদাৰণীৰ দৰে পেটকপটীয়া, কাঠ চিতীয়া জকি খিটখিটীয়া মাইকী মানুহ অতি বিৰল; তেওঁ ৰোটোকে ঢৌটো কৰি অলপ ফতে ডাং খাই উঠে; চাকৰ-নাৰবোৰ সচাই হক যা মিছাই হক ওৰেদিনটো ফেটকেটাই থাকে; লোকে কা কাম এটাইবোৰ তেওঁৰ চকুৰ কুটা, আৰু নিজেও যি কৰে ডাকো লাহে-বীৰে নকৰি খণকৈ কৰি যন যাইহে ফুৰে। সৰু মৌজাদাৰণীয়ে মিনি দূৰ পাৰে তেওঁৰ ভিতা মাও- ৰোৰ সহি থাকিব খেলে, কিন্তু কেতিয়াবা চাটিকৈয়ে অসহনীয় হলে মুখেৰে এবাৰ তেওঁ অভিনীয়েক শোকোৱাকৈ মেয়ে। .