পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৩৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

WY বহী। [ ১ম বা, ৯ সংখ্যা চলে। সম্প্ৰতি ইমাকে মাখেনি কোৱা খাওক ৪ ওভতনি কিতাপখম লেখিবলৈকে যদি যুত পাৰৰ বৰুৱা কাৰ্গৰপৰা উভতি আহিছিল তেন্তে খেও তেওঁৰ ওভতৰি কাষলতিত ওলি লৈ আকৌ পৰোহ কৰিলেই গল। কিয়নো, কিতাপখনত ৰাৰেী ভুক-বধিমাস ফুলব্যাকৰণত ভুল, কথাত দুল, মাগত দুল, পূৰে ভুল, পচিমে ভুল, উত্তৰে ভুল, দক্ষিণে ভুল। ওনি যতেৰে পাত এটা মেলিশেই পাঠকলে আমাৰ কথাৰ প্ৰমাণ পাব। এথমতে দেখিব যে লেখতে , ইকাৰবোৰ চুটিকে আৰু দীৰ্ঘ ঈকাৰবোৰ দীঘলকৈ লেখিছে। চিতীয়ত, মাছৰ পোহাৰীয়ে মাৰ পাচী ৰূত লৈ "আই লবি মে” বুলি ফুৰাদি আখৰবোৰ চন্দ্ৰবিন্দু। শাটী একোটা মূৰত লৈ ফুৰিছে। তৃতীয়ত, এই সমাজ সেই সমাজ এলে সেই মেলক গত আক্ৰমণ কৰা হৈছে! চতুৰ্থত, কথাৰ -বুসকলে জোখৰ যে তাত তেওঁলোকক ওভতৰি লেখকে গালি পৰিছে। ইত্যাদি কাৰণত, মুঠতে ওতনি কিতাপখন হতচিৰী হওঁক, বই শ হওক বুলি শাও কি আমাৰ এই চমু আৰু সমালোচনা আজিলৈ অ ম সামাবলৈ বাধ্য হলো; আশাকৰে। সদাশয় ওভতৰি লেখক সেইবাবে আমাৰ ওপৰত অপ নহৰ; আৰু এই সমালোচনাৰ বাবে উভতি ধৰি তেওঁ আমাকে সমালোচনা কৰি" অৰ্থাৎ খালি পাৰি নখৰ। নোট।-মই এই সমালোচনা লেখি ৰাহীৰ সম্পাদকলৈ পঠিয়াই জিলত সম্পাঙ্গকে মোলৈ শেণি পঠিয়ালে –“বৰবৰু ডাঙৰীয়া! এইখন আপো- লাৰে কিতাপ; আপুলিয়েই ইয়াৰ লেখক: আপুনি পাহৰি নিজৰ কিতাপৰ নিয়েই সমালোচনা কৰিছে; লোকে যে আপোক কি বুলিব। টিবিয়া।" ই কি আতৰি মাৰি-মোৰ ইমামটো নাকো তু কেনেকৈ এ পাৰে? ওহ! তেওঁৰে নে তুল।