পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৩২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
    • 3

{১ম বছৰ, ৯ম সংখ্য বুলিই যে তাৰ ভাষা কেনে সুৱশ, কেন ললি। সেইখনেই যদি অসমীয়া কাষত প্ৰথম পুখি হলহেঁতেন তেনেহলে তাৰ ভাষা এনে নিখ এনে সুললিত ব নোৱাৰিলেহেঁতেন। শৰং মাদাগে অন কৰি ৰায়ণৰ ভাষাতকৈ ধৱ কন্দলিৰ ৰামায়ণৰ ভাষা শেঠ বুলি পণ্ডিতসকলে স্বীকাৰ কৰে। nan- ta Kandali, a contemporary of Saukar Dcb, also translated the Ramayan, and liis translation had sach a vogue in Bengal that ho nas actually bee! daimed as a Bengali writer. But the Ananta Ramıyan is an Assanese work. Its inferiority to Madhab Kandali's translation caused it to be comparatively neglected by the learned "শকদেৱৰ শিক্ষক প্ৰগাঢ় পণ্ডিত মহেন্দ্ৰ ফশিয়েও কেইবাখনো পুৰি অসমীয়া ভাষাত লেখিছিল, যি পুথিয়ে শঙ্কৰ বৃদয় ভবিষ্যতে এই ৰচিব ৰুট কই দিছিল হে কলিৰ ৰচিত পুথিবোৰ লোৱা এতিয়া হক। অসামৰ ওপৰেদি যোৱ। নানা বিপ্লৱ বিপদৰ, সোঁতত সেইবোৰ, আৰু তাৰ আগেয়ে আন আন অসমীয়া কবি সকলৰ হাৰাই ৰচিত পুথিৰোৰ উটি গল। কবিৰ মাধৱ কন্দলি খাৰাই শিত ৰামায়ণ আদিকা যুহ গণেশৰাম অগিৰৱালাই ১৮৯৮ শকত ছপা কৰাই প্ৰকাশ কৰিছিল। তাৰ পাতনিত আমাৰ এন্ধায় বন্ধু যুত বেণুধৰ ৰাজখোৱাই লেখিছে “এওঁৰ (মাধৱ কন্দলিষ) জন্মৰ এক অংশে। ঠাৱৰকৈ কোৱা টান। ... এইটো ঠিক যে এ পদশ শতিকাত জন্ম গ্ৰহণ কৰে "শঙ্কৰদেৱৰ জ ১৪৪৯ খৃষ্টাব্দত জৰু মৃত্যু ১৫৫৯ খ্ৰষ্টাব্দত। শঙ্কৰদেৱে ৰাষায় আদি পুথিৰ ভাঙনি নিশ্চন্তু তেওঁৰ ওপজাৰ ৫ বছৰৰ ভিতৰত, অৰ্থাৎ যেতিয়া তেওঁৰ গাত ডেকা তেই আৰু অপৰিমিত উৎসাহ আছিল তেতিয়া কৰিছিল। অৰ্থাৎ ১৫ শতিকাৰ শেহ ছোৱাত হে, বিদ্যাবিনোঙ্গ মহাশয়ে অনুমান কৰাৰ নিচিনাকৈ ১৬ শতিকাৰ মাঙ্গ ছোৱাত হয়। লঙ্কৰদেৱৰ মৃত্যু ১৫৫৯ পৃষ্টাফত; সেইদেখি বেল শতিকাত যে তে পুথি শেখা নাছিল এনে নয়; বৰং সেই ছোৱা কালততেওঁ ঘাগ- এত ভাঙনি, জশষ, কীৰ্তন, গুটি, গীত, শাট অৰি পুথি গশেষ পৰিৰ কৰি ৰচি জাগৱতী বৈষ্ণৱবৰ্ম প্ৰচাৰ কৰিছি। কখণে কাৰপৰা