ফা, ১৮৩১) ঘটনাচক্ৰ। শটা কাত লৈ, আৰু ইয়াৰ ওপৰঞ্চি যদি লগুৱ। এটাই ভৰিত হাত বুলাই ভৰিৰ ভাগৰ শোয় দিয়ে আৰু যদি তোমাৰ মৰমৰ সৰু তায়েই হওক, ভণীয়েই হওক, ভাগিণেই হওক, বা অতিক্ষাই হওক, নাইবা তুমি যদি বিবাহিত মোৰ গৃহিণয়েই হওক মুৰত হাত বুলাই দিয়ে আৰু পকা চুলি যদি না তুলি দিয়ে, আৰু সেই ৰাতি যদি জোনাক হয়, আকাশত তৰা- বিলাকে যদি জিলিক-মিলিক কৰি ভুকি মাৰে, আৰু ৰাহে যদি ফিৰিকৈ তোমাৰ গাৰ কাপোৰ নচুৱায়, ইয়াতকৈ আৰু তোৰ কি সুখ লাগে? সি যি হওক, সুশীতল বাবুৰ ঘৰ বৰ ডাঙৰ। তাৰ ছাললৈ যাবলৈ হলে ঘৰৰ ভিতৰেদি যাব লাগে। বাহিৰেদি মশলা তেতিয়া সুশীতল বাবুৰ ঘৰত নাছিল। প্ৰথম দিন যেতিয়া শৰহ আৰ্থক শৰ ওপৰলৈ লৈ যায় সেই দিম। সুপী বাবুৰ অৰ-মহা ধুমধাম বুলিলেই হয়। মা গো সাহেবকে বুঝি বাড়ীৰ ভেতৰ আনে-হ্যা" কোনোৱে কৈছিল "দেখি বড় সাহেবেৰ ছেলেৰ মূখ।" কোনোৱে “কি ফ্যাকাসে ৰং গো। তাৰ চাইতে আমাদেৰ কালোই ভাল।” অৰ্থৰ লাৰু শৰত ওপৰলৈ যাওঁতে দুৱাৰৰ খিলিকি জাইদি কেৱশ ফুচ, কাচ শুনিছিল, হাতৰ বাৰ টুংটাং শব্দ শুনিছিল। আখৰে যি নিমিত্তে ছালত বহা প্ৰভাৱ কৰিছিল সেই দিনা তাৰ একো ফল নাজিল। কেৱল শৰতৰ মাকে দুই হাত দুখন সন্দেশ খাল আৰু আন মিষ্টায়ও তাই ওই পানি কম খাও বাহ।” তেওঁৰ পাছত এজনী বান্দীয়ে দুটা ডাঙৰ ডাঙৰ ৰূপৰ গিলাফত মুখিটেঙাৰ চতি আনি দিলে। চত খয়াৰে ভাবিলে “নিষিৰ” এমেৰিকাম নেমুৰ ভিটক এই চপত কত গুণে তাল আৰু তৃপ্তিক! শ মাকে শতক ফলে সাহেবকে বিসে কৰ বাৰা সৰই যদি ভাল না লাগে খানসামাকে বলে জানিয়ে দি।" আৰ্থাৰ সেই কথাৰ অলপ বুজ পাই আথা বলা বা ইংৰাজীৰে ফলে যে তেওঁ বিলাতত যি চৰ্গত খাইছিল তাতকৈ এইচ শতগুণে। কথাটো শুনি শৰতৰ মাকৰ বৰ আনন্দ হল, ছালৰ জখলা আৰু ঘৰৰ খিৰিকিৰ ফুটাইলি চোৱা, তিকতাবোৰৰ ভিতৰৰ এজনৰ আনৰ সীমা নোহোৱা হল। আমাৰ মেশ ছোৱালীৰ বিলাতী কমপ্লিমেন্ট” পোৱাৰ সিমান পতিতা নাই। আখৰচত ভাল লগা শুনি বিলাসিনীৰ আনৰ সীমা নাইকিয়া হল।