পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰেমৰ দৰ্শন বিৰহৰ ব্যথা সনা। ইনোৱা-বিনোৱা সেই এৰিলে। পুৰণি কথা ইচ্ছা নাই জুনাই কবৰ অনিন্দ্য তোমাৰ প্ৰেম ‘আত্মাৰ মিলন মাথোঁ আকাঙ্ক্ষাও নাই সখী মোৰ তাৰে সতে সমান হবৰ মাটিৰ মানুহ মই নিবিড় সম্বন্ধ মোৰ পৃথিৱীৰ লগতে সদায় অশৰীৰী আতমাৰ ক্ষন্তেকীয়া জীৱনৰ তোমাৰো প্ৰেমৰ ভাষ! নোৱাৰি বুজিব নিৰুপায় বুজিব নোৱাৰোঁ। যাক দেখিছা সদায় তুমি যাক তুমি খোজা নেওচিব সেয়ে মোৰ অতুল বৈভৱ। কিন্তু প্ৰিয়ে এটিবাৰ নাই পৰিচয় কোনো এই মূহূৰ্ত্তত কোৱা ক্ষন্তেকীয়া সুখ বুলি মোৰ বাবে সপোনৰ দৰে নাই তেনে প্ৰেমৰ Į কিদৰে জানিলা বাৰু যাৰ মিলনৰ কথা জীৱনত কোনোবা এদিন এই দুৰ্ভগীয়া প্ৰেমিকৰ মনত পেলোৱী যাতে অন্তৰৰ কথা এটি “জগতত নাই কোনো আশা, আতমাৰ মিলন হবৰ।” প্ৰেমৰ পূৰ্ণতা লাভ আত্মাৰ মিলন মাথোঁ