পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মাতৰে লাৱনী, মোহিনী-মৰা, শুনিলে উৰে মন কেনিবা-কেনিবা;- —নাহিবা, নাহিবা, নাহিব৷ উঠি আৰু ৰঙা-ঘোৰা বিহুৱান গীত— নাহৰ-ডেকাটি যুৱাগ-চৰা। কপৌ ফুল ফুলিলে আমে মল মলিলে- ৰেনুৰ আমোল মেলিলে হাবিয়ে-বনে বিহু-বিহু কৰিলে দুখীয়া মনে। ৰঙালী বিহু-মাহ; গাভৰুৰ ন লহি - সাজি-কাচি উত্তৰা তেনেই খনে! চাই নো চাই বলীয়া মোবে এই হেন বেলিকা পখিলা উৰাদি চল-চলীয়! চকু-যুৰি – জাকতে জিলিকা চেনেহীক নাই দেখা কেনিও ঘূৰি— উৰি যে ফুৰিছিল,--- - কেনিবা গলগৈ উৰি; চেনেহৰ বিহুতলী মনে আজি উৰুঙা, বিহু লাগে সেৰেঙা :- - উদং কৰি! - ইবেলি গগনা বজাব কোনে? বিহুৰে বস্তি লগাব কোনে? বিহু বিহু বুলি কান্দে আবৰী মনে! 20