পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজ ইতিবৃত্ত। নাৰাষণ ৰাজাৰ ৰাজ্যৰ সীমালৈ গোলমাল হোৱাত হৰিবল্পতে বলীলাৰায়ণৰ ফালে কথা কোৱাই কে খেদা খাই বৰনগৰক আহে। পাচত কিছু দিন বজালি অঞ্চলত থাকি বলীনাৰায়ণ ৰাৰ আশ্ৰয় লয় তেওঁৰ পুত্ৰ বল্লভৰায় দেৱানগিৰিৰ বাস্কা দুৱাৰৰ দুৱৰীয়া বৰুৱা হয়; আৰু বৈদগড়, তুললীবা আৰু বাৰিঙৰী নামৰ তিনিখান গাওঁ নিৰ পায়। বিখ্যাত মদন ৰায়ৰুৱা এওঁ বংশৰেই। বিকৃত বিৱৰণ বংশাৱলীত দিয়া হৈছে। হৰি চৈৗধাৰীৰ বংশধৰসকলক “পূৰ্বপাৰ বৰুৱাবংশ” বোলে। এওঁৰ বংশধৰসকল বৰ্তমানে মানাহকুচি আৰু লাউতলীত বাস কৰে। ৫) গৌৰীপতি-কাশ্যপ গোত্ৰ) এওঁ কোচবিহাৰ নগৰতে মজুমদাৰী কৰিছিল। তেওঁৰ পুত্ৰ প্ৰাণনাথ পিতৃৰ পাচত মজুমদাৰ হয। গৌৰীপতিৰ পৌত্ৰ হৰেকৃষ্ণ প্ৰাণনাৰাষণ ৰাজাৰ দিনত বসি হয়। এই বসিৰ সম্মান ৰাজাৰ পাচতে। ৰাজাৰ কৰিবলগা সমস্ত ধৰ্ম কামৰ এওঁ প্ৰতিনিধিত্ব বৰিব লাগিছিল। পূজা আদিৰ বৰণ আদিও ৰাজাৰ হৈ এই বসিএ দিছিল। সকলে উৎসৱত বসি ৰাজাৰ লগে লগে (ৰাজাৰ পাচতেই) ফুৰিব লাগিছিল। হৰেকৃষ্ণৰ পাচত পুত্ৰ ৰঘুনাথ বসি হ্য। এওঁ নিঃসন্তান হোৱা বাবে শিৰোমণি ভূঞাৰ বংশধৰ (চামগুৰীয়া গোসই শাখাৰ) ৰতিদেৱ, মাতুল ৰঘুনাথ বসিৰ ৰাজ-চৰকাৰৰ বকসি পদ আৰু সম্পত্তি লাভ কৰে। এই সম্পত্তি পাটকুচা” জমিদাৰী বোলে। কোচবিহাৰত থাকা ৰতিদেৱৰ বংশধৰ- সকলে বৰ্তমানে ইযাক ভোগ কৰে আৰু ৰাজা ঘৰত বসিৰ বিষয কৰে। [ বিস্তৃত বিৱৰণ বংশাৱলীত দিয়া হৈছে।] (১৪) প্ৰতাপৰায় আৰু (৭) শুভঙ্কৰ-প্ৰতাপৰাষ ভূঞা পাণ্ডুৰ বৰভূ ণণ। বিশ্বসিংহৰ লগত হাৰি তেওঁ পুত্ৰ শুভঙ্কৰে সৈতে দৰঙ্গত বাস কৰিছিল। পাচত মহাৰাজ নৰনাৰায়ণৰ আশ্ৰয়ত কোচ- বিহাৰত থাকে। খুব সম্ভৱ তেওঁ তাত অলপ দিন বাস কৰিছিল। তেওঁৰ পুত্ৰ শুভঙ্কৰ ভূঞা নৰনাৰায়ণৰ ৰাজসভাত আছিল—তেওঁ গণিত শাস্কৰ বিখ্যাত পণ্ডিত অছিল। শুভঙ্কৰৰ পুত্ৰ লক্ষ্মণ ঢাকাৰ ওচৰত জমিদাৰী কৰিছিল। তেওঁৰেই পুএ সত্ৰাজিত। সত্ৰাজিত আসাম পুৰঞ্জীৰ মুছলমানৰ বিখ্যাত সেনাপতি সত্ৰাজিত বুলিযেই আমি অনুমান কৰিষ্ঠে। শুভঙ্কৰৰ বংশধৰ উত্তমনাৰায়ণ বৰনগৰত মুছলমানৰ তলে জমিদাৰ হৈছিল। উত্তমনাৰায়ণৰ বংশধৰ সোমনাৰাষণ আহোমৰ তলে দুৱৰীয়া বৰুৱা হৈছিল। এওঁৰে বংশধৰ বিখ্যাত চণ্ডীবৰ বৰুৱা; মানৰ লগত যুদ্ধ কৰি আত্ম বিসৰ্জন কৰিছিল। এওঁৰ বংশধৰ বৰ্তমানে গোৱালপাৰাৰ গৌৰীপুৰ, কামৰূপৰ চেঙা আৰু বালিকৰিয়া গাৱত বাস কৰে। (৯) মেঘনাথ-এওঁ নৰনাৰায়ণৰ তলে গোমস্তা হয়। এওঁৰ বংশধৰ সম্ভুনাৰায়ণ আহোমজ গদাধৰ- সিৰ দিনত কামৰূপৰ পৰাত গোমস্তা হয়। এওঁ বাসুদেৱ বিগ্ৰহ স্থাপন কৰিছিল আৰু বিগ্ৰহৰ নামে হোম ৰাজৰপৰা ১৪০ পূৰা নিৰ ভূমি আৰু ভকত পাইছিল। মাটিবোৰ বৃটিচৰ দিনত নিস্পিজেত 11ৰণত হৈছিল। ১৮৯৭ চনৰ ভূমিকম্পত সেই ঠাই জতন হোৱাত বংশধৰসকলৰ কেইজন • খবাহাক আৰু কেইজনমান গোৱালপাৰাৰ দলগোমাক উঠি যায়। বৰ্তমানে এই দুই ঠা মেঘনাথ