পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৭৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

লখোপুপযোৱা নেটি (পূষ কালাকুচি) গো- যালা-গৱতী পোৰ যৱে - নিম সোণাৰাম নন্দ - ভকতৰাম st: af লবোদ মণ্ডল ভাঃ চিকন যাইহাটা . গৌৰীৰ পেহী (মহকুচি) ভগ্নী (বাহনা) মাণিকচন্দ্ৰ ভাঃ খৰ্গেশ্বৰী দেবী সন্তোৰাম মহন্তৰ ক (পূব কালাকুচি) তজুম অমৃতপ্ৰিয়া কুহিৰাম মহন্তৰ কন্যা পূব কালাকুচি শচীন্দ্ৰ নাৰায়ণ ot: ...... কোপা প্ৰমান প্ৰবাদ-লখোপুৰৰপৰা যিজন পোনতে সানেকুচি গৈছিল তেওঁৰ উপৰি পুৰুষ শংকৰ আছিল। তেওঁ ঘোৱা সময়ত সেই অঞ্চল হৰি হৈ আছিল আৰু তাত আৰিমত্ত ৰাজাৰ দিনৰ কিছুমান শিল পৰি আছিল। তেওঁ যাওঁতে লগত পাচ জাতিৰ পাচৰ মানুহ লৈ গৈছিল। পৰবৰ্তীকালত সেইলৰ বংশ বাঢ়ি ডাঙৰ গাওঁ-হৈ পৰে আৰু সি সালেকুচি এক পাৰ নাম গ্ৰহণ কৰে। বৰ্তমানে ইয়াত সহকৰ উপাধিৰ কিছুমান উচ্চ শ্ৰেণীৰ কলিতা মানুহ আছে। এই ফল অংশাৱলী আলোচনা কৰিলেহে উক্ত জনশ্ৰুতি বিষয় কি শিক্ষা কৰিব পাৰি।