পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৫৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজৰ ইতিবৃত্ত। মই যদি ৰাজ্য পাওঁ দেশ আপোৰ। তেবে সত্যে সত্যে ভাল সাধিবো তোমাৰ ৫০৯ দৰঙ্গ বা বংশাবলী-সূৰ্যখড়ি। কিছু কালৰ পাছত কোচৰজাই সুবনশিৰী নদী পৰ্যন্ত উত্তৰ কুলৰ ৰাজ্য অধিকাৰ কৰে। এই সময়ত প্ৰাপৰায় ভূঞাৰ পুৰোহিত চিলাৰায়ৰ ওচৰত উপস্থিত হৈ পূৰ্বৰ কথা অৰণ কৰাই দিয়ে। চিলাৰায়ে কি লাগে বুলি শোত উক্ত পুৰোহিতে প্ৰতাপৰায়, ভবান, বিশাৰদ, আদি চৈধ্য জন ভূঞাক ৰাজ্যত ভালদৰে পাতিবলৈ অনুৰোধ জনায়। চিলাৰয়ে মহাৰাজ নৰনাৰায়ণৰ ওচৰত কায়স্থ ভূঞা চৈধ্য জনক উপস্থিত কৰায় আৰু তেওঁলোকক ৰাজ্যত সসম্মানে ৰাখিব বুলি ৰজাৰদাৰ প্ৰতিজ্ঞ। কলেবায়। এই সম্বন্ধ কোচ ৰাজবংশাৱলীত বহলাই বৰ্ণোৱা আছে [৭৩ পৃষ্ঠা চাওক।] পতাপ ভূঞাৰ ভানুমতী আৰু ভায়েকৰ চন্দ্ৰপ্ৰভা নামে দুটি অপৰূপ ৰূপবতী আৰু বিদুষী কন্যা ছিল। মহাৰাজ নৰনাৰায়ণে এই কন্যাদ্বয়ক দেখি ভানুমতীক নিজে বিয়া কৰায় আৰু চন্দ্ৰপ্ৰভাক ‘চলাৰাযলৈ বিয়া বৰোৱায়। প্ৰতাপ ভূঞাই বাধ্য হৈ এইদৰে সম্বন্ধ কৰিব লগা হোৱাত মনত বৰ কষ্ট পাইছিল; কিন্তু কিছুদিন পাছত সি লাহে লাহে লঘু হৈ আহে আৰু কোচ ৰাজ্য-বুদ্ধৰ অৰ্থে বলে প্ৰকাৰে ৰজাক সহায় কৰিবলৈ ধৰে। ৰামচৰণ ঠাকুৰ বিৰচিত গুৰুচৰিতৰপৰা জনা যায়—প্ৰতাপৰায়ৰ ভতিজা শ্ৰীৰামখাৰ পুত্ৰ গাভৰুখ f,-' ৰাৰ সৈতে আহোম ৰাজ্য আক্ৰমণ কৰি জয় কৰে আৰু এওঁক চিলাৰায়ে নতুন অধিকৃত ঠাই প্ৰ +শিক শাসন কৰ্তা (Governor) পাতে। কিছুদিন পাছত এওঁ আহোমৰ হাতত হাৰে; তেতিয়া + চ ৰাজাৰ সীমা কেবল ভৰলী নদী পৰ্যন্ত থাকে। গেইট চাহাবে এওঁক প্ৰতাপৰায়ৰ নাতি বুলি টুপ কৰিছে; এওঁ নাতি নহৈ ভতিজা হলেহে সময়ৰ লগত মিলিব। ৰণী ভানুমতীযে ভাল সংস্কৃত জানিছিল। এৱেই সভাপণ্ডিতৰ দ্বাৰ। ৰত্নমালা ব্যাকৰণ ৰচনা কৰাইছিল— নৃপতিৰ প্ৰিয়তমা ভা পটেশ্বৰী। ভট্টাচাৰ্য আগে কথা কহিলা সাদৰি পাণিনিৰ বৰ্ণমালা গ্ৰন্থে সে লেখিবা। মহেশ্বৰ কৃত কলাপৰ নাম দিবা। সমস্ত আদেশ তোহে হেলা নকৰিলা। আনন্দতে ৰত্নমালা শাস্তুক নিমিল। ১৮২৬ বৃহৎ ৰাজবংশাৱলী। ওপৰৰ কথাখিনি পঢ়িলেই ৰা ভানুমতীৰ ব্যাকৰণ শাস্ত্ৰত কিমান অধিকাৰ আছিল, তাক ভাল ৰে বুজিব পাৰি। শুভঙ্কৰদাস-এওঁ নৰনাৰায়ণ বজাৰ সভাৰ এজন পণ্ডিত আছিল। “বেহাৰ ৰাজ্যৰ কৰাইবাৰিত 98 বাস কৰিছিল”। *

  • প্ৰাচীন বৰগৰ" ৩৩ পৃষ্ঠা। শ্ৰীযুত চিন্তাৰণ পাটগিৰি।