পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৫৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজৰ ইতিবৃত্ত। ১। দত্তনাৰায়ণ ২। বিজয়নাৰায়ণ সোমনাৰায়ণ খ্যাতিনাৰায়ণ ভা: লক্ষ্মীপ্ৰিয়া দেবী। ভা: যাত্ৰাপ্ৰিয়া ৰপৰণৰ কন্যা বগোৰ কয়। বালিকৰিয়া তেৰেচিয়া | ১২ কন্যা ভোগপ্ৰিয়া শ্ৰীধ্বজনাৰায়ণ পাটোৱাৰী উত্তমনাৰায়ণ অদিতনাৰায়ণ স্বাঃ মুকুন্দমল্ল বৰুৱা ভা: (১) বসুন্ধৰী দেবী ভাঃ গিৰিবালা দেবী পকোৱা শ্ৰীহৰিদত্ত বৰুৱাৰ কন্যা প্ৰতাপনাৰায়ণ চৌঃৰ কন্যা বাহজানি খাবাৰী (২) ভাগ্যপ্ৰিয়া দেবী গৌৰী চৌঃৰ কন্যা পকোৱা - পদ্মনাৰায়ণ বৈকুণ্ঠ ভা: ময়নাদেবী কাশীদত্তৰ কন্যা (বালিকৰিয়া) | কন্যা শ্ৰীসণেশ্বৰ ৰাজ্যবালা নিৰ্মলাবাল চিত্তৰঞ্জন শ্ৰজ্ঞান শ্ৰীশক্তি স্বাঃ নাৰায়ণচন্দ্ৰ পকোৱা পাটোৱাৰী বংশৰ কথা- এই বংশৰ উপৰি পুৰুষৰ কথা বিশেষ জানিবৰ উপায় নাই। মূল পুৰুষ কন্দৰ্পনাৰায়ণ ভূঞা বিষ সিংহৰ দিনত মজুমদাৰ হৈছিল। ৯. জয়নাৰায়ণ-এওঁ কাকতী হৈছিল আৰু আহোমৰজা লক্ষ্মীসিংহৰ দিনত কিছু ধৰ্মোতৰ মাটি লাভ কৰিছিল; ফলৰ নকৰ তলত দিয়া হল। ১১ (গ) গৰ্গনাৰায়ণ-এও পাটোৱাৰী আছিল। জয়নাৰায়ণ আৰু গৰ্গনাৰায়ণৰ দিনত এই বংশ সম্পত্তি বেচিকৈ বাঢ়ে। ১২। (১) ৰঘুনাৰায়ণ-এওঁ এজন বুদ্ধিমান আৰু উদাৰ প্ৰকৃতিৰ পুৰুষ আছিল।