পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৩৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায় লৰা ইতিবৃত্ত। দৰবাৰ মেৰ থকা বাবে আসাম গভৰ্ণমেন্টে ১৯১৩ চনৰপৰা স্বায়ত্ব শান আনি সংশোধিত আইন আৰু ৰাজহুৱা খেতি, শিল্প, সমবায় আদি নতুন নতুন অনুষ্ঠানৰিলাৰ স্থাপন সম্বন্ধে এখেতৰ মত নিছিল। এনেকি ভাৰত গবৰ্ণমেন্টে দিল্লীৰ যি এটি কৃষি বিভাগ চেণ্টেল সভা স্থাপন কৰিব খুজিছিল, সেই বিসয আসামৰ পৰা এখেতৰৰ মত লৈছিল। এখেত হাইস্কুলৰ চেক্ৰেটাৰী থকা কালতে নলবাৰীত সংস্কৃত সঞ্জিবনী সভা স্থাপন হয়। সেই সভাৰ এখেত এজন প্ৰতিষ্ঠাতা মেম্বৰ। নলবাৰীৰ সংস্কৃত কলেজৰে এজন সংস্থাপক মেম্বৰ। চিলঙত অসমীয়াৰ নিমিত্তে যি আসাম ক্লব আছে সেই ক্লবটি ১৯১৩ চনত সংস্থাপন হোৱাত এখেতো সেই ক্লবৰ এজন সংস্থাপক মেম্বৰ। ১৯৩৯ চনত দীঘেলী গাৱত কৃষি বিভাগৰ এখন মোডেল ভিলেজ স্থাপন কৰায়। গত ১৯২৬ চনত এখেত নলবাৰী “ডিস্পেনচেৰীৰ চেক্ৰেটাৰী হৈ ইয়াত এটি দ্বিতীয় কোম্পাউণ্ডাৰ এটি ‘মিওয়াইফ' অৰ্থাৎ ধাত্ৰী নিয়োগ কৰায়। আৰু এটি বেমাৰ পৰীক্ষাৰ যত্ন (মাইক্ৰকোপ) অনায় আৰু চব, এচিষ্টান্ট চাৰ্জনৰ পৰিবৰ্তে এজন এম্বি ডাক্তৰ নিযুক্ত কৰায়। বাহিৰৰপৰা বেমাৰী ও ক্ষুণ জখমী হৈ অহা মানুহবিলাকৰ নিমিত্তে দুটা কোঠাৰ এটি ইমাৰজেনচিচেদ’ অৰ্থাৎ ৰোগী থকা ঘৰ শ্ৰীযুত প্ৰভাতনাৰায়ণ চৌধাৰী বি,এ-কলেজত পঢ়া কালৰেপৰ। জনহিতকৰ কামত এওঁৰ শাগ্ৰহ হয়। বি,এ পাচ কৰি ওলোৱাৰ পিচতে এওঁ ৰাজহুৱা কামত ভালকৈ লাগি যায়। গত ১৯১৩ চনত এই এলাকাৰ ৰাইজে উত্তৰ কামৰূপ কৃষক সন্মিলন নামক এটি কৃষিৰ উন্নতি মুলক সম্মিলন স্থাপন কৰি ৰাইজে এওঁকে চেক্ৰেটাৰী কৰে। গবৰ্ণমেন্টে ইয়াত এটি গৰু ছাগলীৰ বাবে লাইফকে কমিটি পতাত এৱেই তাৰে চেক্ৰেটাৰী মনোনীত হয়। পিতৃদেৱে লোকেলবোৰ্ড আৰু কো-অপাৰেটিত বিভাগীয় কাম আদিৰপৰা আজৰি লোৱাত ৰাইজে এওঁকেই লোকেলবোৰ্ড মেম্বৰ, কো-অপাৰেটিভ চেণ্টোল বঙ্গৰ চয়াম্যান পাতে। আৰু গবৰ্ণমেন্টেও কো-অপাৰেটিভ বিভাগৰ অনাৰেৰী অৰ্গেনাইজাৰ নিযুক্ত । গবৰ্ণমেন্টে অনুগ্ৰহ কৰি কামৰূপৰ উত্তৰপাৰে এখন ঋণ চালিচি বোৰ্ড দি এওঁকো তাৰ সভ্য ১৯৩৮ চনত ইয়াত এখন টাউন কমিটি স্থাপিত হয় আৰু এই তাৰ ভাইচ চেয়াম্যান নিযুক্ত হন। এৰ্তমানে প্ৰজাৰ ভোটৰদ্বাৰা এই টাউন কমিটিৰ মেম্বৰলক নিৰ্বাচিত হৈ বোৰ্ড গঠিত হৈছে; আৰু এৱে'যেই তাৰ চেয়াৰম্যান নিৰ্বাচিত হৈছে। প্ৰকাশ থাকে যে এৱেই গবৰ্ণমেণ্টক নানা ভাৱে বেচিকৈ খাটনি ধৰি ইয়াত টাউন কমিটি, লাইফষ্টক, ঋণ চালিচিবোৰ্ড, চবৰেজিষ্টাৰী অফিচ বহুৱায় আৰু পগলা শিয়াল আদিয়ে খোৱা বেমাৰৰ নিমিত্তে ইয়াত বৈজী দিয়াৰ এটা বন্দোবস্ত কৰায়। গত ১৯৩৮ চনৰপৰা চিলঙত থকা অসম কো-অপাৰেটিভ প্ৰভিঞ্চিয়েল ব্যাঙ্কৰ এওঁ ডাইৰেকৰ মনোনীত হৈ এতিয়ালৈ কাম কৰি আছে। বৰ্তমানেও ৰাইজৰ উপকাৰাৰ্থে বহুত জন ততকৰ কাম হাতত এওঁ লৈয়ে আছে। ৪১