পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/২৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজৰ ইতিবৃত। ২১৭ বৰপেটা বায়বংশৰ টোকা। .61 জগতানন্দ ৰয় বৰুৱা ওৰফে ৰামৰয় বৰুৱা - এওঁ শিৰোমণি ভূঞা আহিল। সীমন্ত শঙ্কৰৰ খুড়তু ভাই আছিল। মশঙ্কৰদেৱ মহাপুৰুষ সৰদেৱা ধাম কীৰ্তন সৰ প্ৰাপণ কৰ ভাগৱতী ধৰ্ম প্ৰচাৰ কৰোতে এও নানা ৰকমে সহায় কৰিছিল। এওঁ শঙ্কৰদেৱৰ মান ও ভক্ত আছিল, তথাপি শঙ্কৰদেৱে যেতিয়া এওঁক ধৰ্মচাৰ্য কৰি কোনো এখন সত্ৰৰ অধীখৰ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল, তেওঁ অতি ভক্তিৰে

  1. ই পদৰ লোভ এৰি দি কৈছিল যে “মোক কঠ নালাগে কম্বলিত লাগে”।

এঠৰ ভুবনেশ্বৰী নামেৰে এজনী ৰূপৱতী কন্যাক কোচবিহাৰৰ ৰজা নৰনাৰায়ণৰ ভায়েক চিলাৰায় মতৰ বিপৰীতে গৰ • লুক বিয়া কৰায়। তাৰ পিচতে তেওঁক ৰজাই সন্মান ৰূপে ৰাজ্যৰ এছোৱৰ অধীখৰ কৰিবলৈ লোৱাত তেওঁ সসম্মানে (লই দান প্ৰত্যাখ্যান কৰে। তথাপি ৰজাই কোচবিহাৰৰ ওচৰত এডোখৰ ঠাইত তেওঁৰ নাম “ৰাময় কুঠি বা সত্ৰশাল - এখন মহাপুৰুষীয়া সত্ৰ স্থাপন কৰি দি তেওঁৰ নাম চিৰস্মৰণীয় কৰি ৰণে। ১৬ হৰিহৰ উজীৰ এ কোচবিহাৰ-আজাৰ মন্ত্ৰী আছিল। সিদ্য বুজিত সৰ পাৰ্গত আছিল। ১৭। বনমালী- ক চবিহাৰ-ৰাজাৰ কটকী আৰু দেৱাম আছিল। ১৮ জহাৰাম ৰায় চৌধাৰী— শিবসিংহ ৰাজাৰ পৰা চমুৱা আৰু চৌধাৰী উপাধি পায়। এতিয়াও এখন চমুৱা বৰপেট। চনৰ ১ সিস্পিখোজ

  • প ৰায়বংশৰ সকলো পৰিষালে ভোগ দখল কৰি আহিছে।

১৯! ৰঘুনন্দন- পটা সত্ৰৰ কীৰ্ত্তন ঘৰত শ্ৰীমন্ত শঙ্কৰদেৱৰ তিশিত বন্তি লগাই মহাপুৰুষৰ গুণ-কীৰ্তন কৰে, আৰু সেই অৱধি তেওঁৰ "শধৰসকলে উক্ত প্ৰথা ৰখি আহে। শিৰোমণি ভূঞাৰ কথা। দ্বাদশ শতিকাত গৌড ৰাজ্য ভাঙে; ইয়াৰ দক্ষিণ খণ্ডত সেন বই নাজৰ কৰে আৰু উত্তৰ-পূব এত গৌড নামৰ কেইবাখনো সৰু সৰু ৰাজ্য স্থাপিত হয়। এই সময়ত কোচবিহাৰৰ পূৰে আৰু পশ্চিমে কিছুদূৰ জুৰি গৌড নামৰ এখন সৰু ৰাজ্য গঠিত হছিল আৰু তাত দুৰ্লভনাৰায়ণ নামে এজন কাষ ক্ষত্ৰিয় ৰাজাই ৰাজত্ব কৰিছিল। এই গৌডৰ দক্ষিণ-পূবে কমতা নামে এখন ৰাজ্য হৈছিল। ই বৰ্তমান ৰংপুৰ, দিনাজপুৰ আৰু মনসিংহৰ কিছু ঠাই জুৰিছিল। ইয়াকো কোনো কোনোৱে গৌড় বুলিছিল কাৰণ প্ৰাচীন গৌড় সাজ্যৰ ইয়ে এক অংশ। প্ৰাচীন কালত ইয়াক কৰ্ণসুবৰ্ণ আৰু পৰৱৰ্তী কালত বাৰে বুলিছিল। দুৰ্লভনাৰায়ণৰ সময়ত কমোত ধৰ্মপাল বা ধৰ্মনাৰায়ণ নামে এজন বলৱন্ত ৰাজাই ৰাজ কৰিছিল। * এই কামৰূপ ৰাজ্য অধিকাৰ কৰি গোদান্ত পৰ্বত এখন সীমান্ত নগৰ স্থাপন কৰিছিল। এই সময়ত কামৰূপৰ নাম তল পৰি বৰনদীৰপৰা কৰতোয়ালৈ সমন্ত ভূ-খণ্ডৰ নাম কম হয়।

  • এগুৰ ৰাজধাশী বৰ্তমান নংপুৰ জিলাৰ “ডিমলা” নামৰ ঠাইত আছিল বুলি ম টিন চাহাবৰ বুৰঞ্জীত পোয় যায়।

২৮