পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/২২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২০৬ কায়স্থ সমাজৰ ইতিবৃত্ত। ২। কৃষ্ণৰাম বেথাম ভাঃ সভাপ্ৰিয়া (পকোৱা) ১৮ কন্যা মতিৰাম দুৰ্গা 1 কন্যা ৰামেশ্বৰী চাম্পা গুণেশ্বণী স্বাঃ চক্ৰপাণি স্বাঃ অনাত আঃ কেশৱচন্দ্ৰ শুকাইকুচি ৰতনপুৰ গুণেৰী হলিৰাম শেহৰাম ভাঃ গুখেনী (শলা) o ৰঘুনাথ ভা: সত্যৱতী, হলিৰামৰ কন্যা (ঘিলাঝাৰি) ২০ শ্ৰীকৰুণ। শ্ৰীবৰুণ শ্ৰীমতী চানী শিৰোমণি ভূঞ—জাপাৰকুচি মজুমদাৰ শাখা। নলবাৰী (কামৰূপ) গোত্ৰ-কপ। ধৰ্ম সম্প্ৰদা- -ভাগৱতী। (গ) ধনঞ্জয় চন্দ্ৰশেখৰ | ১৭ ৰিহৰ। | ১৮ পদ্মপাণি ভঃ সত্যভামা, ঘনশ্যামৰ কন্যা (তেৰেচিয়া) ১ হৰনাথ ভাঃ নাগেশ্বৰী (খানা) ২| শেহৰাম ভা: আনন্দপ্ৰিয়া সাধিৰামৰ ভগ্নী (ক্ষুদ্ৰবন্নি)

  • এই বংশৰ ১৭ হৰিহৰক মানে ধৰি নি ৰঙ্গিয়াত কাটে। এওঁৰ পুত্ৰ পদ্মপাণিৰ চাকুচিৰ বুজৰ বৰুৱাৰ আৰু মাতি

শেহৰামে দীঘেলী আৰু খাতবাৰীৰ চৌধাৰীৰ তলত মজুমদাৰ হয়। এই বংশৰ উপৰি পুৰুষে লীলাৰায়ণ বিগ্ৰহ স্থাপন কৰে আৰু সেই অৰ্থে আহোম ৰাজাৰপৰা ১৫৯ পুৰা নিৰ ভূমি ধৰ্মোত্তৰ পায়।