সমললৈ যাওক

পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/১৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায় সমাজ ইতিবৃত্ত। চন 49 চামত }} , পকোৱা সৰভোগ ?? গৈছিল। আৰু নলবাৰীৰ সব জনপ্ৰিয় উদাৰ হৃদয় মাননীয় ৰায়চাহাৰ শ্ৰীযুত প্ৰনাৰায়ণ চৌধুৰী মাখিবাহাৰ স্বজাতিবৎস বক্তা শ্ৰীযুত বলীনাৰায়ণ চৌধুৰী, শ্ৰীযুত বীৰহৰি দত্ত বৰুৱা, প্ৰধত প্ৰসন্ন নাৰায়ণ চৗধুৰী, খ্ৰীযুত মকুমল্ল বৰুৱা, শ্ৰীযুত কালীচৰ চৌধুৰী, শ্ৰীযুত বিহুৰাম মজুমদাৰ আদি মহাশয়সকলৰ যত এই সভাই ভালেখিনি জনহিতকৰ কাম কৰে। এইসকলৰ যত সমাজ-ভড়াৰ কিছু টকা সংগৃহীত হয; এই ধনেৰে কেইবাজনো কলেজৰ ছাত্ৰক সহায় কৰে। ভগৱানৰ কৃপাত এই সহায়ৰ বলতেই কেইবানমান ছাত্ৰই বি, এ, পাচ কৰি ৰাজ-ঘৰীয়া কামত বৰ্তমানে নাম কৰিব ধৰিছে। ইষাৰ পাচত তলত নাম দিয়া ঠাইবোৰত সভাৰ অধিবেশন বহে :- ঠাই তত্বাৱধান কৰোঁতা ১৩৩১ (বহাগ) মাখিবাহ শ্ৰীযুত বিষ্ণুৰাম মজুমদাৰ (আহিন) ৰতনপুৰ ঘনকান্ত দত্ত পণ্ডিত (পুহ) পকোৱা মকুমল্ল বৰুৱা (চত) ৰণীধৰ চৌধুৰী মৌজদাৰ ১৩০২ (আহিন) পূৰ্ণচন্দ্ৰ দত্ত (পুহ) চমুৱা (মঙ্গলদৈ) চন্দ্ৰমল দত্ত চৌধুৰী মেজাদাৰ (6'3) ৰা চাহাব (বৰ্তমানে বাহাদুৰ) শ্ৰীযুত ৰজনীকান্ত চৌধুৰী ১৩০৪ (বহাগ) জাপাৰকুচি শ্ৰীযুত সিন্ধুৰাম দত্ত মজুমদাৰ (আঘোণ) খাতাবাৰী (নলবাৰ।) (বতমানে ৰাষ চাহাব) শ্ৰবৃত প্ৰতাপনাৰায়ণ চৌধুৰী বালিকৰিয়া শ্ৰীযুত জানকীনাথ দত্ত চোধুৰী (ভাদ) খাতাবাৰী (নলবাৰী) কিচিত্ৰনাৰায়ণ দত্ত বৰুৱা বি, এ, (বৰ্তমানে বি, এল,) ইয়াৰ পাচত গৌৰীপুৰত মাননীয় শ্ৰীল শ্ৰীযুত ৰাজা বাহাদুৰৰ ৰাজবাটীত (বৰ্তমানে ৰায় চাহাব) এত প্ৰতাপনাৰায়ণ চৌধুৰী মহাশয়ৰ সভাপতিত্বত আৰ্যকায়স্থ সভাৰ এটি অধিবেশন হয়। এই অধি- বেশনত অসমৰ আৰ্য-কায়স্থ সভাখনৰ নাম “প্ৰাচীন কামৰূপ-কায়স্থ সমাজ” দিয়া হয় আৰু তাৰ ” মা সভাপতি মাননীয় প্ৰল শ্ৰীযুত গৌৰীপুৰৰ ৰাজা বাহাদুৰ আৰু সহকাৰী সভাপতি (বৰ্তমানে বায় ১ *বি) মনীয় শ্ৰযুত প্ৰতাপনাৰায়ণ চৌধুৰী হয়। বহু দিনৰপৰা চলি অহা কামৰূপৰ আৰ্য্যকায়স্থ সমাজ প্ৰাচীন { • ৰূপ কায়স্থ সমাজৰ শাখা-সভা হয়। এই অধিবেশনত মাননীয় শ্ৰীল শ্ৰীযুত ৰাজা বাহাদুৰে অভ্যৰ্থনা ১: তিৰ সভাপতি হিচাবে যি অভিভাষণ পাঠ কৰিছিল তাৰ অলপ কথা তলত দিয়া হল :- “কায়স্থসকলৰ ভিতৰত যাতে শিক্ষা বিস্তাৰ হব পাৰে সেই বিষয় বিশেষ যত্নবান হোৱা আৱশ্যক।

'ক কোৱা বোধকৰো বাহুল্য, যে শিক্ষা সকলো প্ৰকাৰ উন্নতিৰ মূল; সুতৰাং এই বিষয়ে অমনোযোগ

ই। অন্য হাজাৰ চেষ্টাতে কোনো ফল নহব। আমাৰ সুকুমাৰমতি লৰা-ছোৱালীবিলাকে যাতে সুশিক্ষা 'ৰ, তাৰ ব্যৱস্থা কৰা নিতান্ত আৱশ্যক হৈ উঠিছে। কিন্তু এই শিক্ষা বিষয়তো ইমান ব্যয়সাধ্য হৈ উঠিছে, যে বহুতৰ পক্ষে আপোন আপোন লৰা-ছোৱালীবিলাকক উচ্চ শিক্ষা দিয়া সাধ্যাতীত হৈ পৰিছে , ১) (পুহ) 92 St